মৌখাটি: (Asian green bee-eater, বৈজ্ঞানিক নাম-Merops orientalis) এবিধ সৰু পতঙ্গভোজী চৰাই। মৌ-মাখি ইহতৰ প্ৰিয় খাদ্য। ইহঁতে উৰি থকা মৌ-মাখি আৰু অন্য পতঙ্গ ধৰি খায়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌখাটি” প্ৰবন্ধৰ সংশোধন ৩২০৬৪০ (১৩ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।