মোহন সোণোৱাল (জন্ম-১৯৫১) টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু সাহিত্যিক।
জন্ম আৰু পৰিচয়
১৯৫১ চনৰ ১ চেপ্তেম্বৰত ডিব্ৰুগড়ৰ টেঙাখাত অঞ্চলৰ অভয়পুৰীয়া গাঁৱত মোহন সোণোৱালৰ জন্ম হয়।১
সাহিত্যিক জীৱন
প্ৰকাশিত গ্ৰন্থ
- শিক্ষা সমীক্ষাৰ এটি দুটি তৰাফুল আৰু অন্যান্য
- সাহিত্য সংস্কৃতিৰ চমু আভাস
- কবিতা কুঞ্জ
- সেনোৱাল সুবাস
- জীৱন সুৰভি
- সোণোৱাল সংস্কৃতি আৰু অন্য়ান্য়
- প্ৰজ্ঞান জ্যোতি
- ভিন্ন ৰচনাৰ সম্ভাৰ
সম্পাদিত গ্ৰন্থ
- সোণোৱাল কছাৰী সমাজ আৰু সংস্কৃতি (শ্ৰী গুণেশ্বৰ সোণোৱালৰ সতে যুটীয়াভাৱে সম্পাদিত)
- সোণোৱাল সৌৰভ
- প্ৰতিভাৰ অমল আলোক, অভিনন্দন গ্ৰন্থ
- সুধাকণ্ঠ (ভুৱন বৰা, দিগন্ত হাজৰিকাৰ সতে সম্পাদিত গ্ৰন্থ)
সম্পাদিত আলোচনী
- কানৈ কলেজ আলোচনী (১৯৭১-৭২)
- সদৌ অসম কৰ্মচাৰী পৰিষদৰ ডিব্ৰুগড় অধিবেশনৰ স্মৃতিগ্ৰন্থ
- অভিজ্ঞান
- উত্তৰণ
- উৰ্মি
- সমাহাৰ
সামাজিক স্বীকৃতি
- ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা(২০০৫বৰ্ষ)
- গণতন্ত্ৰ দিৱস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ কৃতী শিক্ষকৰ বঁটা
- শিশু বন্ধু উপাধি
- সাহিত্যিক পেঞ্চনাৰ
উল্লেখযোগ্য সামাজিক কৰ্ম
- সম্পাদক আৰু সভাপতি, টেঙাখাত শাখা সাহিত্য সভা
- সম্পাদক আৰু সভাপতি, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সস্থা
- সম্পাদক, ৰূপালী জয়ন্তী সমাৰোহ, টেঙাখাত শাখা সাহিত্য সভা
- সম্পাদক, ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদ
- আজীৱন সভ্য, সদৌ অসম মইনা পাৰিজাত
- আজীৱন সভ্য, অসম সাহিত্য সভা
- সম্পাদক, অভ্যৰ্থনা সমিতি, অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য সভা আলোচনা চক্ৰ, টেঙাখাত
- সম্পাদক, অভ্যৰ্থনা সমিতি, অবিভক্ত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ আলোচনা চক্ৰ, টেঙাখাত
- সভাপতি, সোণোৱাল কছাৰী সাহিত্য সভা
তথ্যসূত্ৰ
- ↑ সোণোৱাল, মোহন। ভিন্ন ৰচনাৰ সম্ভাৰ। প্ৰথম প্ৰকাশ। কৰুণা সোণোৱাল,প্ৰতিশ্ৰুতি সোণোৱাল,ডিব্ৰুগড়, চেপ্তেম্বৰ ২০২১।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহন সোণোৱাল” প্ৰবন্ধৰ সংশোধন ৫০৬৯৫৭ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।