অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেগান চুৰী

মেগান চুৰী (ইংৰাজী: Megan Suri; জন্ম: ২৮ মাৰ্চ, ১৯৯৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ ২০১৯ চনৰ স্বতন্ত্ৰ চলচ্চিত্ৰ দ্য মিছএডুকেচন অৱ বিন্দু আৰু নেটফ্লিক্সৰ কিশোৰ কমেডী ধাৰাবাহিক নেভাৰ হেভ আই এভাৰ (২০২০–২০২৩) ত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মেগান চুৰী (ইংৰাজী ভাষা: Megan Suri; জন্ম: ২৮ মাৰ্চ, ১৯৯৯) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ বিশেষকৈ ২০১৯ চনৰ স্বতন্ত্ৰ চলচ্চিত্ৰ দ্য মিছএডুকেচন অৱ বিন্দু আৰু নেটফ্লিক্সৰ কিশোৰ কমেডী ধাৰাবাহিক নেভাৰ হেভ আই এভাৰ (২০২০–২০২৩) ত কৰা অভিনয়ৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

চুৰীৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰত এহাল ভাৰতীয় পাঞ্জাবী প্ৰব্ৰজনকাৰী পিতৃ-মাতৃৰ ঘৰত হৈছিল। শৈশৱত তেওঁ দুবছৰ ভাৰতত কটাইছিল।১ তেওঁৰ দুজন ককায়েক-ভাইৰেক আৰু এগৰাকী ভগ্নী আছে। তেওঁৰ পিতৃ এজন প্ৰাক্তন পেছাদাৰী ক্ৰিকেট খেলুৱৈ।২ চুৰীয়ে কেলিফৰ্ণিয়াৰ ডাউনী চহৰত পৰিয়ালৰ সৈতে বসবাস কৰে। তেওঁলোকৰ এটা পোহনীয়া কুকুৰ আছে।২

কৰ্মজীৱন

২০১০ চনত ৰোমাণ্টিক কমেডী ছবি ভেলেণ্টাইনছ ডেৰ জৰিয়তে চুৰীয়ে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।৩২ পৰৱৰ্তী সময়ত তেওঁ ফ্ৰেছ অফ দ্য বোটৰ বেকড'ৰ পাইলট মেজিক মটৰ ইনত অভিনয় কৰে।২

২০১৯ চনত চুৰীয়ে স্বতন্ত্ৰ কমেডী ছবি দ্য মিছএডুকেচন অৱ বিন্দুত অভিনয় কৰে।৪৫৬ এজন সমালোচকে উল্লেখ কৰিছিল যে "বিন্দু চৰিত্ৰটোৰ বাবে মেগান চুৰী একেবাৰে সঠিক নিৰ্বাচন।" ৭ ২০২১ চনৰপৰা ২০২৩ চনলৈ তেওঁ নেভাৰ হেভ আই এভাৰ ধাৰাবাহিকত দেৱীৰ হাইস্কুললৈ যোৱা আন এগৰাকী ভাৰতীয় ছাত্ৰী আনিছা কুৰেশ্বীৰ চৰিত্ৰত অভিনয় কৰিছিল।৮৯১০১১ এজন সমালোচকৰ মতে "আনিছা হিচাপে মেগান চুৰী অসাধাৰণ।" ১২

চুৰীৰ প্ৰথমটো মুখ্য চৰিত্ৰ আছিল ২০২৩ চনৰ ভৌতিক ছবি ইট লিভছ ইনচাইড, যিখন বিশাল দত্তই পৰিচালনা কৰিছিল।২

অভিনয় তালিকা

চলচ্চিত্ৰ

বৰ্ষনামচৰিত্ৰটোকাRef.
২০১০ভেলেণ্টাইনছ ডেৰাণী১৩
২০১৯দ্য মিছএডুকেচন অৱ বিন্দুবিন্দু চৌধুৰী১৪
২০২০ড্ৰামাৰামাক্লেইয়াৰ১৫
২০২৩মিচিংবীণা১৬
ইট লিভছ ইনচাইডসমিদা "চেম"১৭
২০২৫কম্পেনিয়নকেট১৮

দূৰদৰ্শন

বৰ্ষনামচৰিত্ৰটোকাRef.
২০১৫দ্য ব্ৰিংকসমীৰাচাৰিটা খণ্ড১৯
২০১৭বনছক্লেইয়াৰখণ্ড° "দ্য নিউ ট্ৰিক্স ইন দ্য অ’ল্ড ডগছ"২০
গাইডেন্সনবী গুপ্তাখণ্ড° "ডেড শ্লাট"২১
ফিউচাৰ মেনকন্যাখণ্ড° "পাইলট"
মডাৰ্ণ ফেমিলিটাৰ্ডি ষ্টুডেণ্টখণ্ড° "টাফ লাভ"১৯
২০১৮-১৯এটিপিকেলকুইনচাৰিটা খণ্ড১৯
২০১৯স্পিছলেছৰজীখণ্ড° "R-O-- ROLL M-O-- MODEL"১৩
হাউ টু গেট এৱে উইথ মাৰ্ডাৰৰাচেলখণ্ড° "ভিভিয়ানছ হিয়াৰ"২২
২০২০ফ্ৰেছ অফ দ্য বোটচিমৰিনখণ্ড° "দ্য মেজিক মটৰ ইন"২৩
১৩ ৰিজনছ হোৱাইঅজ্ঞাতখণ্ড° "কলেজ ইণ্টাৰভিউ"১৯
২০২১-২০২৩নেভাৰ হেভ আই এভাৰআনিছা কুৰেশ্বীপুনঃপৌনিক চৰিত্ৰ (ছিজন ২-৪); ১৭টা খণ্ড২৪

তথ্যসূত্ৰ

  1. ↑ Venkatraman, Sakshi. (September 21, 2023). 'It Lives Inside' star Megan Suri talks the cultural discomfort of growing up Indian American — and slaying demons. NBC News
  2. ↑ Menon, Radhika. (2024-03-06). Megan Suri Doesn't Really Care About Fame. Teen Vogue
  3. ↑ Purkayastha, Damini. (February 11, 2010). 'I'm not in Valentine's Day'. Hindustan Times
  4. ↑ (October 9, 2020). 'Bindu' and 'Nomadland' featured at re-imagined San Diego International Film Festival. San Diego Union-Tribune
  5. ↑ Bongiovanni, Domenica. A movie with David Arquette was filmed in Broad Ripple. Now it will premiere here.. The Indianapolis Star
  6. ↑ Prarthana Mohan Directs 'The MisEducation of Bindu', a Coming-of-age Comedy About an Indian American Girl
  7. ↑ (October 8, 2019). THE MISEDUCATION OF BINDU: A Worthy Coming-Of-Age Story. Film Inquiry
  8. ↑ Patel, Sarina. (July 27, 2021). Megan Suri Talks 'Never Have I Ever' Season 2 & Decolonizing South Asian Mindsets
  9. ↑ 'Never Have I Ever' Season 2 repeats some of Mindy Kaling's worst tendencies - the Washington Post. The Washington Post
  10. ↑ (July 19, 2021). 'Never Have I Ever's' heroine can be surprisingly cruel. Here's what's behind it. Los Angeles Times
  11. ↑ (23 November 2020). Megan Suri Joins Season 2 Of Netflix's 'Never Have I Ever'. www.yahoo.com
  12. ↑ 'Never Have I Ever' Season 2 Review: Mélange of Humor, Naughtiness and a Whole Lot of Warmth
  13. ↑ What we know so far about season 2 of Netflix's 'Never Have I Ever'. Business Insider
  14. ↑ (March 14, 2020). An impressive line up. The Hindu
  15. ↑ (December 24, 2021). The 10 best LGBTQ films of 2021. Attitude.co.uk
  16. ↑ Lemire, Christy. Missing movie review & film summary (2023). www.rogerebert.com/
  17. ↑ Bergeson, Samantha. (2023-04-26). 'It Lives Inside' Trailer: Neon Gets Demonic with Indian Horror Movie from 'Get Out' Producers. IndieWire
  18. ↑ Squires, John. (June 5, 2023). 'Companion' – Harvey Guillén and More Join Sci-fi Horror Movie from 'Barbarian' Team. Bloody Disgusting
  19. ↑ Meet the cast of Never Have I Ever season 2. Radio Times
  20. ↑ Bongiovanni, Domenica. 5 Indiana ties Hoosiers will recognize in 'MisEducation of Bindu,' filmed in Broad Ripple. The Indianapolis Star
  21. ↑ (July 23, 2021). All you need to know about "Never Have I Ever's" Megan Suri. Newsweek
  22. ↑ Charpentier, Abigail. The 18th Annual Indian Film Festival of Los Angeles Announces Lineup and Gala Screenings. BroadwayWorld.com
  23. ↑ (November 25, 2020). 11/25/20: A new tune: Trevor Noah to host 63rd Grammy Awards. Cynopsis Media
  24. ↑ White, Peter. (November 23, 2020). Megan Suri Joins Season 2 Of Netflix's 'Never Have I Ever'

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেগান চুৰী” প্ৰবন্ধৰ সংশোধন ৫৯৯৭২১ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।