মেইতেই লোককথা হৈছে ভাৰতৰ মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোককথা আৰু পৌৰাণিক কাহিনী।
এনে লোককথা পৰম্পৰাগতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে।১ বৰ্তমান মণিপুৰ চৰকাৰে মেইটেই জনগোষ্ঠীৰ লোককথা সংৰক্ষণৰ পৰিকল্পনা কৰিছে, যিটো চৰকাৰী শিক্ষানুষ্ঠানত প্ৰাথমিক শিক্ষাৰ জৰিয়তে কাৰ্যকৰী হ’ব।
সাধুকথা সমূহ
- এটা কুমলীয়া শিশু ৰঙালাউলৈ ৰূপান্তৰিত হোৱাৰ কাহিনী।২
- হিয়াংথাউৰ কাহিনী।৩
- ৰাং কুকুৰ আৰু শিয়ালৰ কাহিনী।৪
- ডেমন কুইন।৫
- হেঞ্জুনাহাৰ কিংবদন্তি।৬৭৮
- এজন মূৰ্খ সৰু ভাইৰ কাহিনী।৯
তথ্যসূত্ৰ
- ↑ কাইসাৰ, থৌনাওজাম; Sanasam, ৰীনা. (২৮ জুন ২০১৮). মণিপুৰেৰ প্ৰাচীন মৈতৈদেৰ মৌখিক ফোক সাহিত্য: এৰ সাংস্কৃতিক গুৰুত্বেৰ বিশ্লেষণ. পৃ. ২৯–৩৭
- ↑ Angangdagi Mairen Onba Child Who Turned into a Pumpkin Folktale by James Oinam
- ↑ Hiyangthau Folktale by James Oinam
- ↑ Lamhui amashung Keishal the Fox and the Jackal Folktale by James Oinam
- ↑ Rani Hingchabi the Demon Queen Folktale by James Oinam
- ↑ Henjunaha Part 3 Folktale by James Oinam
- ↑ Henjunaha Part 2 Folktale by James Oinam
- ↑ Henjunaha Part 1 Folktale by James Oinam
- ↑ Apangba Manao Foolish Younger Brother Folktale by James Oinam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেইতেই লোককথা” প্ৰবন্ধৰ সংশোধন ৪৮৭৯৭৬ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।