অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিথিলেশ চতুৰ্বেদী

মিথিলেশ চতুৰ্বেদী (Mithilesh Chaturvedi; ১১ অক্টোবৰ ১৯৫৪ – ৩ আগষ্ট ২০২২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু ৰঙ্গমঞ্চ অভিনেতা আছিল।

হালনাগাদ: ২২ জানুৱাৰী ২০২৬ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মিথিলেশ চতুৰ্বেদী (Mithilesh Chaturvedi; ১১ অক্টোবৰ ১৯৫৪ – ৩ আগষ্ট ২০২২)১ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু ৰঙ্গমঞ্চ অভিনেতা আছিল।

জীৱনী

মিথিলেশ চতুৰ্বেদী এগৰাকী ভাৰতীয় অভিনেতা আছিল, তেওঁ সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছিল৷২

চতুৰ্বেদীয়ে “কই... মিল গয়া”, “সত্য”, “গদাৰ: এক প্ৰেম কথা”, “মোহল্লা আছি”, “খ্ৰীষ”, আৰু “স্ক্যম ১৯৯২: দ্য হৰ্ষদ মেহতা ষ্ট'ৰী”ৰ দৰে ৱেব ছিৰিজত কাম কৰিছিল। তেওঁ পৰিচালক প্ৰেম তিৱাৰী, কুঁৱৰ কল্যাণ সিং, বনসী কৌল, সূৰ্য মোহন কুলশ্ৰেষ্ঠ, দীন নাথ, উৰ্মিল থাপলিয়ালকে আদি কৰি অনুপম খেৰৰ লগতো অভিনয় কৰিছে।

চলচ্চিত্ৰপঞ্জী

বৰ্ষশিৰোনামপৰিচালকচৰিত্ৰ
১৯৯৭ভাই ভাইছিকান্দৰ ভাৰতী
১৯৯৮সত্যৰাম গোপাল বৰ্মাবিল্ডাৰ মালহোত্ৰা
১৯৯৯তালসুভাষ ঘাইৰামভজন
২০০০ফিজাখালিদ মহম্মদ
২০০১গদাৰ: এক প্ৰেম কথাঅনিল শৰ্মাইদ্ৰিছ ( বাতৰি কাকতৰ সম্পাদক)
২০০১আকছৰাকেশ ওমপ্ৰকাশ মেহৰাপি এমৰ সহায়ক
২০০১অশোক দ্য গ্ৰেটসন্তোষ শিৱনকলিংগ মন্ত্ৰী
২০০২ৰ’ডৰজত মুখাৰ্জীবৃদ্ধলোক
২০০৩কই... মিল গয়াৰাকেশ ৰোচনমিঃ মাথুৰ (কম্পিউটাৰ বিশেষজ্ঞ)
২০০৩কায়ামত (টিভি চিৰিজ)প্ৰীত
২০০৫কিষ্ণা: দ্য ৱাৰিয়ৰ পয়েটসুভাষ ঘাইবিষ্ণু প্ৰসাদ
২০০৫চিনন্দুৰ তেৰে নাম কা (টিভি চিৰিজ)গিৰধাৰী প্ৰসাদ
২০০৫বাণ্টি ঔৰ বাবলিছাদ আলী
২০০৬খ্ৰীষৰাকেশ ৰোচনমিষ্টাৰ মাথুৰ (কেমিঅ’)
২০০৭গান্ধী, মাই ফাডাৰফিৰোজ আব্বাছ খানজাকাৰিয়া
২০০৮হাল্লা বলৰাজকুমাৰ সন্তোষী
২০০৮ক্ৰাজি ৪জয়দীপ সেন
২০০৯আজাব প্ৰেম কী গাজাব কাহানীৰাজকুমাৰ সন্তোষীমিষ্টাৰ পিণ্টো
২০১১মনিকাসুষেন ভটনাগৰপ্ৰতিৰক্ষা অধিবক্তা
২০১১ৰেডীআনীছ বাজমীপাঠক
২০১১মাই ফ্ৰেইণ্ড পিণ্টোৰাঘৱ দৰমাটিয়ানি
২০১৩ফাটা প’ষ্টাৰ নিকলা হিৰ’ৰাজকুমাৰ সন্তোষীবিস্কুট
২০১৪নীলী চত্ৰী ৱালে (টিভি চিৰিজ)আত্মাৰাম চৌবে
২০১৫মোহল্লা আছি৩৪৫চন্দ্ৰ প্ৰকাশ দ্বিবেদীদয়া সিং
২০১৬–২০১৯ভাবিজী ঘৰ পৰ হে!শশাংক বালিলেখক অভয় আশিয়ানা, বিচাৰক, ডকাইত আৰু বিভিন্ন চৰিত্ৰ
২০১৯অৰ্জুন পাটিয়ালাৰোহিত জুগৰাজভাটিয়া জী
২০১৯লাইফ মে টাইম নেহী হে কিসি কোমনোজ শৰ্মা
২০২০স্ক্যম ১৯৯২: হৰ্ষদ মেহতাৰ ষ্ট’ৰীহান্সল মেহতাৰাম জেঠমলানি৬
২০২১ফিজা মেইন তাপিছৰহাট খানইমম
২০২২বাঞ্চাদা

তথ্যসূত্ৰ

  1. ↑ Veteran actor Mithilesh Chaturvedi passes away of heart ailment in Lucknow
  2. ↑ আৰ্কাইভ কপি
  3. ↑ IANS. (15 November 2018). 'Mohalla Assi': Astutely mounted but verbose and clunky (IANS Review, Rating: **). Business Standard India
  4. ↑ 'Mohalla Assi' review: Astutely mounted but verbose and clunky. The New Indian Express
  5. ↑ (21 November 2018). Mohalla Assi. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Magan, Srishti. (17 October 2020). Real Vs. Reel: Characters In 'Scam 1992: The Harshad Mehta Story' & Their Real-Life Counterparts. www.scoopwhoop.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথিলেশ চতুৰ্বেদী” প্ৰবন্ধৰ সংশোধন ৫৭০৭৯৭ (২২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।