অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মিছলীয়া কূট

মিছলীয়া কূট (liar paradox) হৈছে বিৰোধাভাস বা কূটৰ দৰে এক কূটে। মিছলীয়া কূটৰ উদ্ভৱ হয় উক্তিটোৱে ইংগিত কৰা উক্তিৰ বাবে। “মই মিছা বুলি কোৱা কথাষাৰ মিছা”- যদি এই কথাষাৰ সঁচা, তেনেহ’লে মই কোৱা কথাষাৰ সঁচা। অৰ্থাৎ মই মিছা কৈছোঁ। আনহাতে, মই কোৱা কথাষাৰ যদি মিছা বুলি ধৰোঁ, তেনেহ’লে মই কোৱা কথাষাৰ মিছা।

হালনাগাদ: ২০ জানুৱাৰী ২০২৪ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মিছলীয়া কূট (liar paradox) হৈছে বিৰোধাভাস বা কূটৰ দৰে এক কূটে। মিছলীয়া কূটৰ উদ্ভৱ হয় উক্তিটোৱে ইংগিত কৰা উক্তিৰ বাবে। “মই মিছা বুলি কোৱা কথাষাৰ মিছা”- যদি এই কথাষাৰ সঁচা, তেনেহ’লে মই কোৱা কথাষাৰ সঁচা। অৰ্থাৎ মই মিছা কৈছোঁ। আনহাতে, মই কোৱা কথাষাৰ যদি মিছা বুলি ধৰোঁ, তেনেহ’লে মই কোৱা কথাষাৰ মিছা। অৰ্থাৎ মই সঁচা কৈছোঁ।১ এনেধৰণৰ উক্তিবোৰক মিছলীয়া কূট বুলি কোৱা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ কলিতা, ড॰ মৃণাল. কূট আৰু ((ভ্ৰান্তি))ৰ জগতখন (বাৰ ওঠৰ). সৰস্বতী প্ৰকাশন (দশম সংখ্যা, মাৰ্চ, ২০১৭). পৃ. ১০

সম্পৰ্কিত শ্ৰেণী

দৰ্শনতৰ্কশাস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছলীয়া কূট” প্ৰবন্ধৰ সংশোধন ৪০২৯৫১ (২০ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।