অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

তৰ্কশাস্ত্ৰ

তৰ্কশাস্ত্ৰ (Logic) স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ত্ব হৈছে যুক্তিৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। দৰ্শন,গণিত আৰু কম্পিউটাৰ বিজ্ঞানত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত এই বিষয়ৰ অধ্যয়ন হৈছিল।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৪ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

তৰ্কশাস্ত্ৰ (Logic) স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ত্ব হৈছে যুক্তিৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। দৰ্শন,গণিত আৰু কম্পিউটাৰ বিজ্ঞানত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত এই বিষয়ৰ অধ্যয়ন হৈছিল।

আৰু পঢ়ক

সম্পৰ্কিত শ্ৰেণী

দৰ্শনতৰ্কশাস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰ্কশাস্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৫০৮১৬ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।