অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মানৱ সংক্ৰামক

মানৱ সংক্ৰামক (ইংৰাজী: Human pathogens) হ'ল মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা সংক্ৰামক। সংক্ৰামকসমূহ বেক্টেৰিয়া, ভাইৰাছ, প্ৰ'টজৱা হব পাৰে যি মানৱ শৰীৰত ৰোগৰ সৃষ্টি কৰে। Pathogen সমূহ বিভিন্ন প্ৰকাৰে শৰীৰত সোমাই শৰীৰৰ লোকচান কৰিব পাৰে।

হালনাগাদ: ১৮ মাৰ্চ ২০২০ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মানৱ সংক্ৰামক (ইংৰাজী ভাষা: Human pathogens) হ'ল মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা সংক্ৰামক। সংক্ৰামকসমূহ বেক্টেৰিয়া, ভাইৰাছ, আদ্যপ্ৰাণী হব পাৰে যি মানৱ শৰীৰত ৰোগৰ সৃষ্টি কৰে। Pathogen সমূহ বিভিন্ন প্ৰকাৰে শৰীৰত সোমাই শৰীৰৰ লোকচান কৰিব পাৰে। বিশেষকৈ ই শৰীৰত সোমাই শৰীৰৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লব পাৰে যিদৰে পাকস্থলীৰ ভিতৰত বিভিন্ন এনজাইম সমূহৰ প্ৰভাৱটো জীয়াই থাকিব পাৰে।

টাইফইদ

Salmonella typhi নামৰ সংক্ৰামক বেক্টেৰিয়া বিধৰ ফলত মানুহৰ মাজত typhiod হয়। এই pathogen বিধ সাধাৰণতে small intestine য়েদি সংক্ৰমিত খাদ্য বা পানীৰ দ্বাৰা শৰীৰত সোমাই আৰু তেজৰ দ্বাৰা সমগ্ৰ শৰীৰত বিয়পি পৰে। ইয়াৰ ফলত ৩৯°ৰ পৰা ৪০° পৰ্যন্ত জ্বৰ, পেটবিষ,মূৰৰ বিষ আৰু অচেতনতা হব পাৰে।

বাহ্যিক সংযোগ

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ সংক্ৰামক” প্ৰবন্ধৰ সংশোধন ২১৬৮৫০ (১৮ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।