মহাত্মা গান্ধী বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ ৰি-ভোই জিলাত মূল চৌহদ আৰু তুৰাত আন এক চৌহদ থকা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনক অনানুষ্ঠানিকভাৱে এম জি ইউ নামেৰে পৰিচিত। ২০১১ চনত মেঘালয় ৰাজ্যৰ বিধান আইন, ২০১০ (২০১১ চনৰ মেঘালয় আইন নং ৬)ৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। এমজিইউক ইউজিচি আইন ১৯৫৬ৰ ২২ নং ধাৰাত বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) নিৰ্দিষ্ট কৰা অনুসৰি ডিগ্ৰী প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে। দুটা কেম্পাছ, ২৩টা অনুষদ আৰু প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰীৰে গঠিত বিশ্ববিদ্যালয়খনে ৫৬টা পাঠ্যক্ৰম প্ৰদান কৰে, যিবোৰ খানাপাৰা আৰু তুৰা চৌহদত বিতৰণ কৰা হয়। ১২৩৪৫ ৬
তথ্যসূত্ৰ
- ↑ Private University Meghalaya. বিশ্ববিদ্যালয় অনুদান আয়োগ
- ↑ (15 November 2022). Telangana: Undergraduate certificate racket busted, university ex-staff held. The Times of India
- ↑ (16 November 2022). Meghalaya: University Busted in Fake Certificate Racket, 6 Arrested. Sentinel Assam
- ↑ (27 May 2023). MG University takes up pollution control initiatives. Meghalaya Monitor
- ↑ (5 June 2023). MGU celebrates World Environment Day. Meghalaya Monitor
- ↑ Jeelani, P.D.S. Higher Education in the 21st Century: Challenges and Opportunities. Archers & Elevators Publishing House. পৃ. 214. ISBN 978-93-85640-11-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধী বিশ্ববিদ্যালয়, মেঘালয়” প্ৰবন্ধৰ সংশোধন ৫৩৪৬০৪ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।