অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi (Houston)) আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টন চহৰত প্ৰতিষ্ঠিত।এখন সৰু পাহাৰৰ ওপৰত স্থাপন কৰা, ড. মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ প্ৰতিমূৰ্তিৰ বিপৰীতে, মহাত্মা গান্ধী এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi (Houston)) আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টন চহৰত প্ৰতিষ্ঠিত।এখন সৰু পাহাৰৰ ওপৰত স্থাপন কৰা, ড. মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ প্ৰতিমূৰ্তিৰ বিপৰীতে, মহাত্মা গান্ধী এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।১ ২০০৩ চনত ৰাম ভাঞ্জি সুতাৰৰ দ্বাৰা নিৰ্মিত, এই সুন্দৰ ব্ৰঞ্জৰ মূৰ্তিটো এটা পালিশ কৰা গ্ৰেনাইট আধাৰৰ ওপৰত স্থাপিত। ২

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ www.hermannpark.org/place/165/
  2. ↑ www.houstontx.gov/parks/artinparks/pdfs/MahatmaG

সম্পৰ্কিত শ্ৰেণী

মহাত্মা গান্ধীভাস্কৰ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)” প্ৰবন্ধৰ সংশোধন ৬০২৫৮৭ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।