অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মণিৰাম দেৱানৰ গীত

মণিৰাম দেৱানৰ গীতটো বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত অন্যতম। অসমত ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা মণিৰাম দেৱানক ইংৰাজে ১৮৫৮ চনত দোষী সাব্যস্ত কৰি ফাঁচীকাঠত ওলোমালে। তেখেতৰ মৃত্যু হোৱাত অসমৰ জনসাধাৰণ শোকত ম্ৰিয়মান হৈ পৰে। এই সামূহিক শোকানুভূতিয়েই 'মণিৰাম দেৱান' গীতটিৰ মূল বিষয়বস্তু।

হালনাগাদ: ১ এপ্ৰিল ২০২৪ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

মণিৰাম দেৱানৰ গীতটো বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত অন্যতম। অসমত ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা মণিৰাম দেৱানক ইংৰাজে ১৮৫৮ চনত দোষী সাব্যস্ত কৰি ফাঁচীকাঠত ওলোমালে। তেখেতৰ মৃত্যু হোৱাত অসমৰ জনসাধাৰণ শোকত ম্ৰিয়মান হৈ পৰে। এই সামূহিক শোকানুভূতিয়েই 'মণিৰাম দেৱান' গীতটিৰ মূল বিষয়বস্তু।১

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী - ভৱজিৎ বায়ন

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিৰাম দেৱানৰ গীত” প্ৰবন্ধৰ সংশোধন ৪১৬৫৯০ (১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।