অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতীয় লোক কলা মণ্ডল

ভাৰতীয় লোক কলা মণ্ডল ( Bharatiya Lok Kala Mandal ) হৈছে ৰাজস্থানৰ উদয়পুৰ ভিত্তিক ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশৰ লোকশিল্প, সংস্কৃতি, গীত আৰু উৎসৱৰ অধ্যয়নত আৰু লগতে লোককলা, লোকনৃত্য আৰু লোকসাহিত্যক জনপ্ৰিয়কৰণ আৰু প্ৰচাৰৰ কামত নিয়োজিত।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় লোক কলা মণ্ডল ( Bharatiya Lok Kala Mandal ) হৈছে ৰাজস্থানৰ উদয়পুৰ ভিত্তিক ৰাজস্থান, গুজৰাট আৰু মধ্য প্ৰদেশৰ লোকশিল্প, সংস্কৃতি, গীত আৰু উৎসৱৰ অধ্যয়নত আৰু লগতে লোককলা, লোকনৃত্য আৰু লোকসাহিত্যক জনপ্ৰিয়কৰণ আৰু প্ৰচাৰৰ কামত নিয়োজিত। ১৯৫২ চনত পদম শ্ৰী প্ৰয়াত দেৱী লাল সমৰে প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানটোত ৰাজস্থানৰ লোক সাজ-পোছাক, অলংকাৰ, পপেট, মুখা, পুতলা, লোক বাদ্যযন্ত্ৰ, লোকদেৱতা আৰু চিত্ৰকলাৰ সংগ্ৰহ প্ৰদৰ্শিত হয়। ইয়াত পুতলা থিয়েটাৰ (কাঠপুতলী)ও আছে, য’ত নিয়মীয়াকৈ পুতলানাচ প্ৰদৰ্শন কৰা হয়। ১২৩

সংগ্ৰহালয়

এই প্ৰতিষ্ঠানখনৰ ৰাজস্থানৰ লোককলাৰ প্ৰতি সমৰ্পিত এটা সংগ্ৰহালয়ো আছে। দেৱাল চিত্ৰণঅন্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ भारतीय लोक कला मण्डल
  2. ↑ Bharatiya Lok Kala Museum. udaipur.org.uk
  3. ↑ Devi Lal Samar: People from Udaipur You Should Know About

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় লোক কলা মণ্ডল” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৪৬ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।