অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ব্ৰাহ্মীষ্ঠ

ব্ৰাহ্মীষ্ঠ শব্দটো শ্ৰেষ্ঠতম বৈদিক পণ্ডিতক বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ। ব্ৰাহ্মীষ্ঠ শব্দটো বৈদিক সাহিত্যত পোৱা যায়। বেদৰ সৰ্বোচ্চ জ্ঞান লাভ কৰা ব্ৰাহ্মণক ব্ৰাহ্মীষ্ঠ বুলি কোৱা হয়। ব্ৰাহ্মীষ্ঠ শব্দটোক "ব্ৰহ্মৰ শ্ৰেষ্ঠ জ্ঞানী" বুলিও সংজ্ঞায়িত কৰা হৈছে।

হালনাগাদ: ২৩ আগষ্ট ২০২৫ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ব্ৰাহ্মীষ্ঠ শব্দটো শ্ৰেষ্ঠতম বৈদিক পণ্ডিতক বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ।১ ব্ৰাহ্মীষ্ঠ শব্দটো বৈদিক সাহিত্যত পোৱা যায়।২ বেদৰ সৰ্বোচ্চ জ্ঞান লাভ কৰা ব্ৰাহ্মণক ব্ৰাহ্মীষ্ঠ বুলি কোৱা হয়।৩৪ ব্ৰাহ্মীষ্ঠ শব্দটোক "ব্ৰহ্মৰ শ্ৰেষ্ঠ জ্ঞানী" বুলিও সংজ্ঞায়িত কৰা হৈছে।৫৬

ব্যুৎপত্তিবিজ্ঞান

ব্ৰাহ্মীষ্ঠ ব্ৰাহ্মণ শব্দৰ উচ্চতৰ স্তৰ বুজোৱা ৰূপ। ব্ৰাহ্মণৰ সৰ্বোচ্চ পদবীক ব্ৰাহ্মীষ্ঠ বুলি অভিহিত কৰা হয়। ব্ৰহ্ম জ্ঞানেৰে জ্ঞানীক ব্ৰহ্ম বুলি পদ আৰু ব্ৰহ্মৰ সৰ্বশ্ৰেষ্ঠ জ্ঞাতজনক ব্ৰাহ্মীষ্ঠ বোলা হয়।১৭

বিৱৰণ

দাৰ্শনিক গ্ৰন্থ বৃহদাৰণ্যক উপনিষদত বহুদক্ষিণা যজ্ঞ উপলক্ষে নিজৰ দৰবাৰত মিথিলাৰ ৰজা জনকে বেদৰ সৰ্বশ্ৰেষ্ঠ পণ্ডিতক বুজাবলৈ ব্ৰাহ্মীষ্ঠ শব্দ ব্যৱহাৰ কৰিছিল।

বহুদক্ষিণা যজ্ঞত হোৱা পণ্ডিত প্ৰতিযোগিতাত যেতিয়া বৈদিক পণ্ডিত যাজ্ঞবল্ক্যক কোনেও পৰাস্ত কৰিব নোৱাৰিলে, তেতিয়া অৱশেষত তেওঁৰ দৰবাৰত সকলো ঋষি, পণ্ডিত আৰু ৰজা জনকে তেওঁক ব্ৰাহ্মীষ্ঠ হিচাপে গ্ৰহণ কৰি বঁটা প্ৰদান কৰে।২

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2017-05-30). Brahmishtha, Brahmiṣṭha: 5 definitions. www.wisdomlib.org
  2. ↑ www.wisdomlib.org. (2015-02-23). Yajnavalkya and Asvala (Section I). www.wisdomlib.org
  3. ↑ Calasso, Roberto. (2014-11-18). Ardor. Penguin UK. ISBN 978-0-14-197181-0
  4. ↑ Varghese, Alexander P. (2008). India: History, Religion, Vision and Contribution to the World. Atlantic Publishers & Dist. ISBN 978-81-269-0903-2
  5. ↑ Ray, Renuka. (1978). Role and Status of Women in Indian Society. Firma KLM. পৃ. 15–16
  6. ↑ Cohen, Signe. (2017-09-27). The Upanisads: A Complete Guide. Routledge. ISBN 978-1-317-63696-0
  7. ↑ Gonda, Jan. (1950). Notes on Brahman. J. L. Beyers. পৃ. 67

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মশব্দ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰাহ্মীষ্ঠ” প্ৰবন্ধৰ সংশোধন ৫৩৪৬৪৫ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।