অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৃহৎ হ্ৰদসমূহ

বৃহৎ হ্ৰদসমূহ (অন্য নাম- Laurentian Great Lakes, বা Third Coast, বা Great Lakes of North America) উত্তৰ আমেৰিকাত কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাত অৱস্থিত ভালেসংখ্যক নিৰ্মলপানীৰ হ্ৰদৰ সমষ্টি৷ এই হ্ৰদসমূহ চেইন্ট লৰেঞ্চ নদী (Saint Lawrence River)ৰ যোগেদি আটলান্টিক মহাসাগৰৰ লগত সংযোজিত ৷…

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৪২৫ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ
২০০৫ চনৰ জানুৱাৰী মাহৰ বৰফাবৃত বৃহৎ হ্ৰদসমূহৰ চিত্ৰ
২০০৫ চনৰ জানুৱাৰী মাহৰ বৰফাবৃত বৃহৎ হ্ৰদসমূহৰ চিত্ৰছবি: en:Moderate-Resolution Imaging Spectroradiometer · Public domain

, with lake names added]]

বৃহৎ হ্ৰদসমূহ (অন্য নাম- Laurentian Great Lakes,১ বা Third Coast, বা Great Lakes of North America) উত্তৰ আমেৰিকাত কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাত অৱস্থিত ভালেসংখ্যক নিৰ্মলপানীৰ হ্ৰদৰ সমষ্টি৷ এই হ্ৰদসমূহ চেইন্ট লৰেঞ্চ নদী (Saint Lawrence River)ৰ যোগেদি আটলান্টিক মহাসাগৰৰ লগত সংযোজিত ৷ ছুপিৰিঅ’ৰ হ্ৰদ (Superior Lake), মিচিগান হ্ৰদ (Michigan Lake), হুৰ’ন হ্ৰদ (Huron Lake), এৰি হ্ৰদ (Erie lake) আৰু অন্টাৰিঅ’ হ্ৰদ (Ontario lake) ৰ এই সমষ্টিয়ে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বৃহৎ নিৰ্মল পানীৰ হ্ৰদৰ সমষ্টি আৰু এই সমষ্টিয়ে বিশ্বৰ প্ৰায় ২১% পানী বহন কৰি আছে৷ ২৩৪ এই হ্ৰদ সমষ্টিৰ মুঠ পৃষ্ঠকালি (total surface) 94250 বৰ্গ মাইল, আৰু মুঠ আয়তন 5439 cumi৷ ৫ এই হ্ৰদসমূহৰ সাগৰৰ দৰে বৈশিষ্ট্য যেনে- সাগৰীয় ঢৌৰ দৰে ঢৌ, বতাহ, তীব্ৰ সোঁত, গভীৰতা, বৃহৎ আকাৰ আদিৰ বাবে এই পাঁচটা হ্ৰদক কেতিয়াবা ’inland seas’ বুলিও উল্লেখ কৰা হয় ৷ ৬ ছুপিৰিঅ’ৰ হ্ৰদ আকাৰৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহৎ হ্ৰদ আৰু মিচিগান হ্ৰদ কেৱল এখন দেশৰ ভিতৰতে সীমাবদ্ধ হ্ৰদসমূহৰ ভিতৰত বৃহত্তম৷ ৭৮৯১০

বৃহৎ হ্ৰদসমূহ প্ৰায় ১০,০০০ বছৰ পূৰ্বে শেষ গ্লেচিয়েল পিৰিয়ডৰ শেষৰ ফালে বিগলিত বৰফ আৎতৰি যাওতে সৃষ্টি হোৱা৷ ১১ এই হ্ৰদসমূহ পৰিবহণ, বাণিজ্য আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ তাৰোপৰি এই হ্ৰদসমূহ জৈব-বৈচিত্ৰ্যৰ ক্ষেত্ৰতো অতি চহকী৷

লগতে চাওক

  • Peter Annin. (2006). The Great Lakes Water Wars. Island Press. ISBN 978-1-61091-077-4
  • Beltran, R. et al. The Great Lakes: An Environmental Atlas and Resource Book . (United States Environmental Protection Agency and Government of Canada, 1995, ISBN 0-662-23441-3).
  • Coon, W.F. and R.A. Sheets. Estimate of Ground Water in Storage in the Great Lakes Basin [Scientific Investigations Report 2006-5180]. Department of the Interior, U.S. Geological Survey, 2006.
  • Helen Hornbeck Tanner. (1987). Atlas of Great Lakes Indian History. University of Oklahoma Press. ISBN 978-0-8061-2056-0
  • Riley, John L. The Once and Future Great Lakes Country: An Ecological History (McGill-Queen's University Press; 2013) 516 pages; traces environmental change in the region since the last ice age.
  • Holling, Holling Clancy Paddle to the Sea (ISBN 0-395-15082-5), an illustrated children's book about the Great Lakes and their environment. Beautiful and educational.

বাহ্যিক সংযোগ

Dynamically updated data

তথ্যসূত্ৰ

  1. ↑ Waples, James T. (2008). The Laurentian Great Lakes. North American Continental Margins. Great Lakes Environmental Research Laboratory. পৃ. 73–81
  2. ↑ (2006-06-28). Great Lakes – U.S. EPA. Epa.gov
  3. ↑ (2003-11-20). LUHNA Chapter 6: Historical Landcover Changes in the Great Lakes Region. Biology.usgs.gov
  4. ↑ Ghassemi, Fereidoun. (2007). Inter-basin water transfer. Cambridge, Cambridge University Press. ISBN 0-521-86969-2
  5. ↑ (May 25, 2011). Great Lakes: Basic Information: Physical Facts. United States Environmental Protection Agency (EPA)
  6. ↑ Williamson, James. (2007). The inland seas of North America: and the natural and industrial productions ... John Duff Montreal Hew Ramsay Toronto AH Armour and Co
  7. ↑ www.infoplease.com/toptens/largelakes.html
  8. ↑ আৰ্কাইভ কপি
  9. ↑ Hough, Jack. (1970). The Encyclopædia Britannica. William Benton. পৃ. 774. ISBN 0852291353
  10. ↑ www.factmonster.com/ipka/A0001777.html
  11. ↑ Linda S. Cordell; Kent Lightfoot; Francis McManamon. (2008). Archaeology in America: An Encyclopedia: An Encyclopedia. ABC-CLIO. পৃ. 1. ISBN 978-0-313-02189-3

সম্পৰ্কিত শ্ৰেণী

হ্ৰদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎ হ্ৰদসমূহ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৮৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।