অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৈকাল হ্ৰদ

বৈকাল হ্ৰদ (о́зеро Байка́л; Байгал нуур, Байгал нуур, Baygal nuur, meaning "nature lake";) ৰাছিয়াৰ দক্ষিণ ছাইবেৰিয়াত অৱস্থিত এটা হ্ৰদ৷ ইয়াৰ উত্তৰ-পশ্চিমে Irkutsk Oblast আৰু পূব-দক্ষিণে বুৰিয়াট ৰিপাব্লিক (Buryat Republic) অৱস্থিত ৷ বৈকাল হ্ৰদ সমগ্ৰ বিশ্বৰ ভিতৰতে আয়তনৰ ফালৰ পৰা সৰ্ববৃহৎ নিৰ্মল…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

বৈকাল হ্ৰদ (о́зеро Байка́л; Байгал нуур, Байгал нуур, Baygal nuur, meaning "nature lake";১) ৰাছিয়াৰ দক্ষিণ ছাইবেৰিয়াত অৱস্থিত এটা হ্ৰদ৷ ইয়াৰ উত্তৰ-পশ্চিমে Irkutsk Oblast আৰু পূব-দক্ষিণে বুৰিয়াট ৰিপাব্লিক (Buryat Republic) অৱস্থিত ৷

বৈকাল হ্ৰদ সমগ্ৰ বিশ্বৰ ভিতৰতে আয়তনৰ ফালৰ পৰা সৰ্ববৃহৎ নিৰ্মল পানীৰ হ্ৰদ (freshwater lake) ৷ এই হ্ৰদে বিশ্বৰ প্ৰায় ২০% নিৰ্মল আৰু গোট নমৰা পানী (unfrozen surface fresh water.) ধৰি ৰাখিছে ৷২ এই হ্ৰদৰ গভীৰতা 1642 মিটাৰ যাৰ বাবে ই বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ বুলিও স্বীকৃত ৷৩ তাৰোপৰি এই হ্ৰদক বিশ্বৰ আটাইতকৈ পৰিস্কাৰ বা নিৰ্মল৪ আৰু ২৫ মিলিয়ন বৰ্ষৰ পূৰ্বে সৃষ্টি হোৱাৰ বাবে আটাইতকৈ প্ৰাচীন৫৬ হ্ৰদ ৰূপে স্বীকৃতি দিয়া হয় ৷ কালি (surface area) ৰ দিশৰ পৰা ইয়াৰ স্থান বিশ্বৰ ভিতৰত সপ্তম ৷ 23615.39 km3 পানীৰে এই হ্ৰদে উত্তৰ আমেৰিকাৰ বৃহৎ হ্ৰদ (Great Lakes) সমূহতকৈও অধিক পানী ধৰি ৰাখিছে ৷৭

ইতিহাস

টাংগান্যিকা হ্ৰদৰ দৰেই বৈকাল হ্ৰদৰো এক প্ৰাচীন প্ৰাচীৰ উপত্যকা (ancient rift valley) ৰূপে সৃষ্টি হৈছিল ৷ সেইসময়ত ইয়াৰ কালি আছিল 31722 বৰ্গ কি.মি. ৷

গুৰুত্ব

বৈকাল হ্ৰদ প্ৰায় ১,৭০০ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ গৃহভূমি ৷ ইয়াৰে দুই-তৃতীয়াংশ জীৱ পৃথিৱীৰ অন্য কোনো ঠাইতে পোৱা নাযায় ৷৮ ১৯৯৬ চনত এই হ্ৰদক ইউনেস্কই ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে স্বীকৃতি দিয়ে ৷৯ এই হ্ৰদ বুৰিয়াট জনজাতি (Buryat tribes) ৰো গৃহভূমি৷১০১১ এই লোকসকলৰ প্ৰধান বৃত্তি পশুপালন৷ ১১ এই অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা -19 °C আৰু সৰ্বোচ্চ তাপমাত্ৰা 14 °C.১২

তথ্যসূত্ৰ

  1. ↑ Altangerel Damdinsuren, English to Mongolian Dictionary (1998) Silverland: A Winter Journey Beyond the Urals, London, John Murray, page 173
  2. ↑ Lake Baikal: the great blue eye of Siberia. CNN
  3. ↑ Deepest Lake in the World. geology.com
  4. ↑ Jung, J. (2004). Ecosystems and Natural Resources of Mountain Regions. Proceedings of the first international symposium on Lake Baikal: The current state of the surface and underground hydrosphere in mountainous areas. "Nauka", Novosibirsk, Russia. পৃ. 131–140
  5. ↑ Fact Sheet: Lake Baikal — A Touchstone for Global Change and Rift Studies, July 1993 (accessed 4 December 2007)
  6. ↑ Lake Baikal – UNESCO World Heritage Centre
  7. ↑ (2010). 1001 natural wonders: you must see before you die. Cassell Illustrated. পৃ. 620. ISBN 9781844036745
  8. ↑ (2007). Russia. Britannica Student Encyclopedia. Encyclopædia Britannica Online
  9. ↑ Lake Baikal — World Heritage Site. World Heritage
  10. ↑ M. Hammer and T. Karafet. (1995). DNA & the peopling of Siberia. Smithsonian Institution
  11. ↑ S. Hudgins. (2003). The Other Side of Russia: A Slice of Life in Siberia and the Russian Far East. Texas A&M University Press
  12. ↑ Fefelov, I.; Tupitsyn, I. (August 2004). Waders of the Selenga delta, Lake Baikal, eastern Siberia. Wader Study Group Bulletin. পৃ. 66–78

সম্পৰ্কিত শ্ৰেণী

হ্ৰদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈকাল হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৬৩২৫৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।