অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰেন শৰ্মা

বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷১

জীৱন

বিশ্বনাথ চাৰিআলিৰ গড়েহাগীত ১৯৮৬ চনত বীৰেন শৰ্মাৰ জন্ম হয়৷ তেওঁৰ পিতৃ যাদৱ শৰ্মা আৰু মাতৃ স্বৰ্ণপ্ৰভা দেৱী৷ তেওঁৰ ভাতৃ কুমুদ শৰ্মা আছিল বিশ্বনাথ চাৰিআলিৰ প্ৰথম অনাতাঁৰ নাট্যকাৰ৷ শৈশৱকালৰ পৰাই বীৰেন শৰ্মাই সাহিত্য চৰ্চা আৰম্ভ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে নাটক সম্প্ৰচাৰ কৰে৷১

কৰ্মৰাজি

অনাতাঁৰ নাটক

  1. ত্ৰিভুজ
  2. কোম্পানী
  3. বকুলনীৰ বিৰিণা
  4. বৌ
  5. মৃগতৃষ্ণা
  6. কন্যা বিভ্ৰাট

টেলিফিল্ম

  1. মৃগতৃষ্ণা
  2. গৃহলক্ষ্মী

বোলছবি

  1. অভিযান

গ্ৰন্থ

  1. গীতে গীতে গীতালি১

তথ্যসূত্ৰ

  1. ↑ (২০ ডিচেম্বৰ, ২০১৩). জোনাকী বাট, দৈনিক অসম

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৮৫৫০৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।