অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বালাচাহেবাঞ্চী শিৱসেনা

বালাচাহেবাঞ্চী শিৱসেনা (Balasahebanchi Shiv Sena) হৈছে ২০২২ চনত একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত এক ৰক্ষণশীলতাবাদী ভাৰতীয় ৰাজনৈতিক দল। এই দলটো মুখ্য শিৱসেনা দলৰপৰা পৃথক হোৱাত নিৰ্বাচন আয়োগে দলটোক এটা নতুন প্ৰতীক প্ৰদান কৰিছিল। ২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ফলস্বৰূপে এই দলৰ গঠন কৰা হৈছে।

হালনাগাদ: ১২ মাৰ্চ ২০২৩ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বালাচাহেবাঞ্চী শিৱসেনা (Balasahebanchi Shiv Sena)১২৩ হৈছে ২০২২ চনত একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত এক ৰক্ষণশীলতাবাদী ভাৰতীয় ৰাজনৈতিক দল।৪ এই দলটো মুখ্য শিৱসেনা দলৰপৰা পৃথক হোৱাত নিৰ্বাচন আয়োগে দলটোক এটা নতুন প্ৰতীক প্ৰদান কৰিছিল। ২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ফলস্বৰূপে এই দলৰ গঠন কৰা হৈছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ সৈতে এই দলটোৱে মহাৰষ্ট্ৰত সন্মিলিত চৰকাৰ গঠন কৰিছে।

বালাচাহেব থাকৰেৰ পাৰ্টি হিন্দুত্ববাদ আৰু অতিৰাষ্ট্ৰীয়তাবাদ আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ মতাদৰ্শৰ ওপৰত প্ৰতিষ্ঠা হৈছে। ই মুছলমান তুষ্টিকৰণ আৰু ধৰ্মনিৰপেক্ষতাৰ বিৰোধিতা কৰে।

নেতা

ক্ৰ্ম নংফটোনামপদবী
১একনাথ শিণ্ডেপ্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় সভাপতি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী
২ৰাহুল শ্বেৱালেনেতা, লোকসভা
৩উদয় সামন্তমহাৰাষ্ট্ৰ বিধান পৰিষদ ৰ ভাৰপ্ৰাপ্ত উপ-নেতা মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী
৪দীপক কেছাৰকাৰমহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী

তথ্যসূত্ৰ

  1. ↑ Team Eknath Shinde Now 'Balasahebanchi Shiv Sena', 'Mashaal' Poll Symbol for Uddhav Camp
  2. ↑ Thackeray-led Sena gets 'mashaal' as election symbol; Shinde camp asked to give fresh list
  3. ↑ (10 October 2022). शिंदे-उद्धव गुटों को नए नाम अलॉट, निशान एक को: एकनाथ को गदा देने से Ec का इनकार; ठाकरे को मशाल सिंबल मिला
  4. ↑ Victory for Hindutva ideology of Balasaheb Thackeray: Maha CM Eknath Shinde

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালাচাহেবাঞ্চী শিৱসেনা” প্ৰবন্ধৰ সংশোধন ৩৪৮৪৭৫ (১২ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।