অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাবা ফৰিদ

বাবা ফৰিদ (প্ৰকৃত নাম ফৰিদ্দুদিন গঞ্জশকাৰ) (৪ এপ্ৰিল ১১৭৩ – ৭ মে ১২৬৬) এজন ত্ৰয়াশ শতিকাৰ পাঞ্জাৱী চুন্নী মুছলমান প্ৰচাৰক আৰু ৰহস্যবাদী আছিল, যি মধ্যযুগৰ আটাইতকৈ শ্ৰদ্ধাৰ আৰু বিশিষ্ট মুছলমান ৰহস্যবাদীসকলৰ মাজৰ এজন আছিল।

হালনাগাদ: ২০ জুন ২০২৩ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

বাবা ফৰিদ (প্ৰকৃত নাম ফৰিদ্দুদিন গঞ্জশকাৰ) (৪ এপ্ৰিল ১১৭৩ – ৭ মে ১২৬৬) এজন ত্ৰয়াশ শতিকাৰ পাঞ্জাৱী চুন্নী মুছলমান প্ৰচাৰক আৰু ৰহস্যবাদী আছিল, যি মধ্যযুগৰ আটাইতকৈ শ্ৰদ্ধাৰ আৰু বিশিষ্ট মুছলমান ৰহস্যবাদীসকলৰ মাজৰ এজন আছিল। তেওঁক শ্ৰদ্ধাৰে পঞ্জাৱ অঞ্চলৰ মুছলমান, হিন্দু আৰু শিখসকলৰ দ্বাৰা “বাবা ফৰিদ” বা “শ্বেখ ফৰিদ” বুলি জনা যায়, বা কেৱল “ফৰিদ্দুদিন“ গঞ্জশকাৰ বুলি জনা যায়।১২৩

তথ্যসূত্ৰ

  1. ↑ Singh, Paramjeet. (2018-04-07). Legacies of the Homeland: 100 Must Read Books by Punjabi Authors. Notion Press. পৃ. 192. ISBN 978-1-64249-424-2
  2. ↑ Sheikh Fariduddin Ganj-i-Shakar Ain-e-Akbari by Abul Fazal, English translation, by Heinrich Blochmann and Colonel Henry Sullivan Jarrett, 1873–1907. The Asiatic Society of Bengal, কলিকতা; Volume III, Saints of India. (Awliyá-i-Hind), page 363
  3. ↑ Sheikh Farid, by Dr. Harbhajan Singh. Hindi Pocket Books, 2002. . Page 11

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাবা ফৰিদ” প্ৰবন্ধৰ সংশোধন ৩৬৯২৬৬ (২০ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।