অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাঘ নাচ

বাঘ নাচ ভাৰতৰ ওড়িশা ৰাজ্যৰ এক লোক-নৃত্য। ওড়িশাৰ সুবৰ্ণপুৰ জিলাৰ বিংকা, সোণপুৰ আৰু গঞ্জাম জিলাৰ ব্ৰহ্মপুৰ আৰু আন কোনো কোনো ঠাইত চ’ত মাহত এই নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ নৃত্যশিল্পীজনে নিজকে বাঘৰ দৰে ৰং কৰাৰ বাবেই ইয়াক বাঘ নাচ বোলা হয়।

হালনাগাদ: ৯ মাৰ্চ ২০২১ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বাঘ নাচ ভাৰতৰ ওড়িশা ৰাজ্যৰ এক লোক-নৃত্য। ওড়িশাৰ সুবৰ্ণপুৰ জিলাৰ বিংকা, সোণপুৰ আৰু গঞ্জাম জিলাৰ ব্ৰহ্মপুৰ আৰু আন কোনো কোনো ঠাইত চ’ত মাহত এই নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ নৃত্যশিল্পীজনে নিজকে বাঘৰ দৰে ৰং কৰাৰ বাবেই ইয়াক বাঘ নাচ বোলা হয়।১

তথ্যসূত্ৰ

  1. ↑ 10 Unique Dance Forms Of Odisha Which Are Spectacular In Their Distinctive Ways! · Mycitylinks- Bhubaneswar · Cuttack · Puri. mycitylinks.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঘ নাচ” প্ৰবন্ধৰ সংশোধন ২৬৬৯৭১ (৯ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।