নটৰাজ (Nataraja, நடராஜா) বেশত শিৱৰ মূৰ্তি অত্যন্ত জনপ্ৰিয়।১২ শিৱ সহস্ৰনামত শিৱৰ নৰ্তক আৰু নিত্যনৰ্ত নামদুটা পোৱা যায়।৩ পৌৰাণিক যুগৰ পৰাই নৃত্য আৰু সংগীতৰ লগত শিৱৰ যোগ বিদ্যমান।৪ সমগ্ৰ ভাৰততে, বিশেষত: তামিলনাডুত, নটৰাজৰ নিকটৱৰ্তী নৃত্যমূৰ্তি নামৰ শিৱৰ নানান নৃত্যৰত মূৰ্তি সমগ্ৰ ভাৰততে পোৱা যায়।৫ শিৱৰ লগত সম্পৰ্কযুক্ত দুটি নৃত্যৰ নাম হ’ল তাণ্ডৱ আৰু লাস্য। তাণ্ডৱ ধ্বংসাত্মক আৰু পুৰুষালি নৃত্য; শিৱই কাল-মহাকাল বেশত বিশ্বধ্বংসৰ উদ্দেশ্যে এই নাচ নাচে৬৭ আৰু মধুৰ আৰু সুচাৰু নৃত্যকলা; এই আবেগময় নৃত্যক পাৰ্বতীৰ নাচ ৰূপে কল্পনা কৰা হয়।৮৯ লাস্যক তাণ্ডৱৰ নাৰীসুলভ বিকল্প বুলি ধৰা হয়।৯ তাণ্ডৱ আৰু লাস্য নৃত্য যথাক্ৰমে ধ্বংস আৰু সৃষ্টিৰ লগত সম্পৰ্কযুক্ত।১০১১
বাহ্যিক সংযোগ
- Apte, Vaman Shivram. (1965). The Practical Sanskrit Dictionary. Motilal Banarsidass Publishers. ISBN 81-208-0567-4 (Fourth revised and enlarged edition).
- Jansen, Eva Rudy. (1993). The Book of Hindu Imagery. Binkey Kok Publications BV. ISBN 90-74597-07-6
- Michaels, Axel. (2004). Hinduism: Past and Present. Princeton University Press. ISBN 0-691-08953-1
- Home of God Natarajar
তথ্যসূত্ৰ
- ↑ For description of the nataraja form see: Jansen, pp. 110-111
- ↑ For interpretation of the form see: Zimmer, pp. 151-157
- ↑ For names Nartaka (Sanskrit नर्तक) and Nityanarta (Sanskrit नित्यनर्त) as names of Shiva, see: Sharma 1996, পৃ. 289
- ↑ For prominence of these associations in puranic times, see: Chakravarti, p. 62
- ↑ For popularity of the and prevalence in South India, see: Chakravarti, p. 63
- ↑ Kramrisch, Stella. (1994). The Presence of Siva. Princeton University Press. পৃ. 439
- ↑ Klostermaier, Klaus K. Mythologies and Philosophies of Salvation in the Theistic Traditions of India. Wilfrid Laurier Univ. Press. পৃ. 151
- ↑ Massey, Reginald. (1999). India's Kathak Dance, Past Present, Future. Abhinav Publications. পৃ. 8
- ↑ Moorthy, Vijaya. (2001). Romance of the Raga. Abhinav Publications. পৃ. 96
- ↑ Leeming, David Adams. (2001). A Dictionary of Asian Mythology. Oxford University Press. পৃ. 45
- ↑ Radha, Sivananda. (1992). Kuṇḍalinī Yoga. Motilal Banarsidass Publ.,. পৃ. 304
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নটৰাজ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৯৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।