তলত ভাৰতৰ বাংলা ভাষাৰ ভাৰতীয় টেলিভিছন চেনেলৰ তালিকা দিয়া হ'ল।
বিনোদন
- ডিডি বাংলা
- আকাশ আট
- কালাৰ্চ বাংলা
- ৰূপসী বাংলা
- ছনি আট
- ষ্টাৰ জলসা
- ষ্টাৰ জলসা এইচডি
- জি বাংলা
- জি বাংলা এইচডি
- ছান বাংলা
সংবাদ
- ২৪ ঘণ্টা
- এবিপি আনন্দ
- টিভি নাইন বাংলা
- চেনেল টেন
- চেনেল দিনৰাত
- হাই নিউজ
- ওঙ্কাৰ অনলি ট্ৰুথ
- কলকাতা টিভি
- নিউজ টাইম
- আমাৰ বাংলা
- তাৰা নিউজ
- আনন্দ বাৰ্তা
- নিউজ ভেনগাৰ্ড
- আৰ প্লাছ
চলচ্চিত্ৰ
- জলসা মুভিজ
- জি বাংলা চিনেমা
- খুশবু বাংলা
- কালাৰ্চ বাংলা চিনেমা
কিডস
- নিকেলোডিয়ন বাংলা
- ছনি ইয়েই বাংলা
- ৰঙীন টিভি
সঙ্গীত
- সঙ্গীত বাংলা
- তাৰা মিউজিক
- মিউজিক এফ ফাটাফাটি
- ধুম মিউজিক
- বাংলা টকিজ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলা ভাষাৰ ভাৰতীয় টেলিভিছন চেনেলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৫৮৭৯০ (২৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।