অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাংলাদেশৰ টেলিভিছন চেনেলৰ তালিকা

বাংলাদেশত প্ৰথম টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হয় ১৯৬৪ চনত। বাংলাদেশৰ প্ৰথম সম্প্ৰচাৰিত চৰকাৰী মালিকানাধীন টেলিভিছন চেনেল হ'ল বাংলাদেশ টেলিভিছন, যি প্ৰথমতে পাকিস্তান টেলিভিছন (পিটিভি) নামেৰে জনাজাত আছিল। ১৯৬৪ চনৰ পৰা ১৯৯৭ চনলৈ বিটিভিয়ে দেশৰ একমাত্ৰ টেলিভিছন চেনেল হিচাপে একান্তভাৱে সম্প্ৰচাৰ কৰিছিল।

হালনাগাদ: ১৯ আগষ্ট ২০২৫ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বাংলাদেশত প্ৰথম টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হয় ১৯৬৪ চনত। বাংলাদেশৰ প্ৰথম সম্প্ৰচাৰিত চৰকাৰী মালিকানাধীন টেলিভিছন চেনেল হ'ল বাংলাদেশ টেলিভিছন, যি প্ৰথমতে পাকিস্তান টেলিভিছন (পিটিভি) নামেৰে জনাজাত আছিল। ১৯৬৪ চনৰ পৰা ১৯৯৭ চনলৈ বিটিভিয়ে দেশৰ একমাত্ৰ টেলিভিছন চেনেল হিচাপে একান্তভাৱে সম্প্ৰচাৰ কৰিছিল। বৰ্তমান বাংলাদেশত ৪৫টা অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিগত টেলিভিছন চেনেল আছে ১ ইয়াৰে ৩৫টা সম্প্ৰচাৰিত। ২

ৰাষ্ট্ৰীয় চেনেল

+নামস্থাপিত
বাংলাদেশ টেলিভিছন২৫ ডিচেম্বৰ, ১৯৬৪
বিটিভি চট্টগ্ৰাম১৯ ডিচেম্বৰ, ১৯৯৬
বিটিভি ৱাৰ্ল্ড১১ এপ্ৰিল, ২০০৪
সংসদ বাংলাদেশ টেলিভিছন২৫ জানুৱাৰী, ২০১১

বেচৰকাৰী চেনেল

বিনোদনধৰ্মী চেনেল

নামস্থাপিত
এটিএন বাংলা১৫ জুলাই, ১৯৯৭
চেনেল আই০১ অক্টোবৰ, ১৯৯৯
একুশে টেলিভিশন১৪ এপ্ৰিল, ২০০০
এনটিভি০৩ জুলাই, ২০০৩
আৰ টিভি২৬ ডিচেম্বৰ, ২০০৫
বৈশাখী টিভি২৭ ডিচেম্বৰ, ২০০৫
বাংলাভিছন৩১ মাৰ্চ, ২০০৬
মাই টিভি১৫ এপ্ৰিল, ২০১০
মোহনা টিভি১১ নৱেম্বৰ, ২০১০
মাছৰাঙ্গা টিভি৩০ জুলাই, ২০১১
চেনেল নাইন৩০ জানুৱাৰী, ২০১২
জিটিভি১২ জুন, ২০১২
এছিয়ান টিভি১৮ জানুৱাৰী, ২০১৩
এছএ টিভি১৯ জানুৱাৰী, ২০১৩
বিজয় টিভি৩১ মে’, ২০১৩
দীপ্ত টিভি১৮ নৱেম্বৰ, ২০১৫
বাংলা টিভি১৯ মে’, ২০১৭
নাগৰিক টিভি১ মাৰ্চ, ২০১৮
আনন্দ টিভি১১ মাৰ্চ, ২০১৮
গ্ল’বেল টেলিভিছন৩০ জুন, ২০২২
গ্ৰীণ টিভি১৯ মে’, ২০২৩

সংবাদ ভিত্তিক চেনেল

+নামস্থাপিত
দেশ টিভি২৬ মাৰ্চ, ২০০৯
এটিএন নিউজ০৭ জুন, ২০১০
সময় টিভি১৭ এপ্ৰিল, ২০১১
ইণ্ডিপেণ্ডেণ্ট টেলিভিছন২৮ জুলাই, ২০১১
চেনেল টুৱেণ্টিফোৰ২৪ মে’, ২০১২
একাত্তৰ টিভি২১ জুন, ২০১২
যমুনা টিভি৫ এপ্ৰিল, ২০১৪
নিউজ টুৱেণ্টিফোৰ২৮ জুলাই, ২০১৬
ডিবিচি নিউজ২১ ছেপ্টেম্বৰ, ২০১৬

সংগীত চেনেল

নামস্থাপিত
গান বাংলা১৬ ডিচেম্বৰ, ২০১৩

শিশু চেনেল

নামস্থাপিত
দুৰন্ত টিভি৫ অক্টোবৰ, ২০১৭

ক্ৰীড়া চেনেল

নামস্থাপিত
টি স্পৰ্টছ৯ নৱেম্বৰ, ২০২০

নন-ফিকচন চেনেল

নামস্থাপিত
নেক্সাছ টেলিভিছন৩০ জুলাই, ২০২১

বাণিজ্যিক চেনেল

নামস্থাপিত
এখন টিভি৯ জুন, ২০২২

বৰ্তমান বন্ধ হোৱা চেনেল

নামস্থাপিতস্থগিত
চিএছবি নিউজ২৪ মাৰ্চ, ২০০৭৬ ছেপ্টেম্বৰ, ২০০৭
দিগন্ত টেলিভিছন২৮ আগষ্ট, ২০০৮৬ মে’, ২০১৩
চেনেল ৱান২৪ জানুৱাৰী, ২০০৬২৭ এপ্ৰিল, ২০১০
ইছলামিক টিভিএপ্ৰিল, ২০০৭৬ মে’, ২০১৩
চেনেল ছিক্সটিন১৬ ডিচেম্বৰ, ২০১১২ ডিচেম্বৰ, ২০১৪

তথ্যসূত্ৰ

  1. ↑ দেশে অনুমোদিত বেসৰকাৰি টিভি চ্যানেলেৰ সংখ্যা ৪৪টি. বাংলা ট্ৰিবিউন
  2. ↑ তালিকা ধৰে চ্যানেল দেখানোৰ নিৰ্দেশনা ক্যাবল অপাৰেটৰদেৰ. banglanews24.com

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলবাংলাদেশতালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশৰ টেলিভিছন চেনেলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৩৬০৮ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।