অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা

ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy) চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন ভাষা: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী ভাষা: Mathematical Principles of Natural Philosophy)১ চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত২৩ ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ। প্ৰথম সংস্কৰণৰ নিউটনৰ ব্যক্তিগত প্ৰতিলিপিৰ ব্যাখ্যা আৰু সংশোধন কৰাৰ পাছত৪ ১৭১৩ আৰু ১৭২৬ চনত পুনৰ দুটা সংস্কৰণ প্ৰকাশ কৰে। পদাৰ্থ বিজ্ঞানৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয় ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকাত উল্লেখ আছে; বিষয়তিনিটা হ'ল ক্ৰমে নিউটনৰ গতিবিষয়ক সূত্ৰসমূহ, নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ আৰু কেপলাৰৰ গ্ৰহ গতি সম্পৰ্কীয় সূত্ৰসমূহ। বিজ্ঞানৰ ইতিহাসত সবাতোকৈ গুৰুত্বপূৰ্ণ কৰ্মবোৰৰ ভিতৰত ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা অন্যতম।৫ নিউটনৰ ভৌতিক তত্ত্বসমূহ প্ৰমাণ কৰিবলৈ নিউটনে গণিতৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ নাম কলন গণিত আৰু এই কলন গণিত ব্যৱহাৰ কৰিয়েই নিউটনে তত্ত্বসমূহ প্ৰমাণ কৰিছিল।

(১৬৪৩–১৭২৭) প্ৰিন্সিপিয়াৰ লেখক]]

''প্ৰিন্সিপিয়া''ৰ নিউটনৰ প্ৰতিলিপি
প্ৰিন্সিপিয়াৰ নিউটনৰ প্ৰতিলিপিছবি: Isaac Newton · CC0

বাহ্যিক সংযোগ

লেটিন সংস্কৰণ

প্ৰথম সংস্কৰণ (১৬৮৭)

দ্বিতীয় সংস্কৰণ (১৭১৩)

তৃতীয় সংস্কৰণ (১৭২৬)

পৰৱৰ্তী লেটিন সংস্কৰণ

ইংৰাজী অনুবাদ

*, Ian Bruce has made a complete translation of the third edition, with notes, on his website.

অন্যান্য

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Encyclopædia Britannica
  2. ↑ Among versions of the Principia online:
  3. ↑ Volume 1 of the 1729 English translation is available as an online scan; limited parts of the 1729 translation (misidentified as based on the 1687 edition) have also been transcribed online
  4. ↑ Newton, Isaac. Philosophiæ Naturalis Principia Mathematica (Newton's personally annotated 1st edition)
  5. ↑ J M Steele, University of Toronto, (review online from ((Canadian Association of Physicists))) of N Guicciardini's "Reading the Principia: The Debate on Newton’s Mathematical Methods for Natural Philosophy from 1687 to 1736" (Cambridge UP, 1999), a book which also states (summary before title page) that the "Principia" "is considered one of the masterpieces in the history of science"

সম্পৰ্কিত শ্ৰেণী

গণিতৰ গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭৪১২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।