অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাতিমা আল-ফিহৰী

ফাতিমা বিন্ত মহম্মদ আল-ফিহৰিয়া ( ইংৰাজী: Fatima Bint Muhammad Al-Fihri)আল-কুৰাছিয়া এগৰাকী আৰব মহিলা আছিল। যিয়ে ৮৫৭–৮৫৯ খ্ৰীষ্টাব্দত মৰক্কোৰ ফেজত আল-কাৰাৱিয়িন মছজিদ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰে। উম্ম আল-বানিন নামেৰেও পৰিচিত। আল-ফিহৰিয়াৰ মৃত্যু হৈছিল প্ৰায় ৮৮০ খ্ৰীষ্টাব্দত।

হালনাগাদ: ২৬ জুন ২০২৫ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

ফাতিমা বিন্ত মহম্মদ আল-ফিহৰিয়া ( ইংৰাজী: Fatima Bint Muhammad Al-Fihri)আল-কুৰাছিয়া এগৰাকী আৰব মহিলা আছিল। যিয়ে ৮৫৭–৮৫৯ খ্ৰীষ্টাব্দত মৰক্কোৰ ফেজত আল-কাৰাৱিয়িন মছজিদ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰে। উম্ম আল-বানিন নামেৰেও পৰিচিত। আল-ফিহৰিয়াৰ মৃত্যু হৈছিল প্ৰায় ৮৮০ খ্ৰীষ্টাব্দত। পৃথিৱীত প্ৰথম বিশ্ববিদ্যালয় প্ৰতিষ্ঠাপক বুলিও জনা যায়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতিমা আল-ফিহৰী” প্ৰবন্ধৰ সংশোধন ৫২০৯১৯ (২৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।