প্ৰথম খবৰ (ইংৰাজী ভাষা: Pratham Khabar) অসমীয়া ভাষাৰ এটা নিউজ পোৰ্টেল। ২০১৭ চনৰ ১৫ এপ্ৰিলত আৰম্ভ কৰা এই নিউজ পোৰ্টেলটোৱে ৰাজ্যখনৰ বিভিন্ন খবৰ প্ৰকাশ কৰি আহিছে। স্থানীয় সংবাদৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক খবৰলৈ প্ৰখম খবৰত প্ৰকাশ হৈ আহিছে। নিউজ পোৰ্টেলটোৰ সম্পাদক হৈছে ৰুবুল দাস।
সমীক্ষা
প্ৰথম খবৰে সময়ে সময়ে বিভিন্ন সমীক্ষা চলাই আহিছে। এই পৰ্যন্ত আটাইতকৈ জনপ্ৰিয় হোৱা সমীক্ষাটো হৈছে অসমীয়া টেলিভিচনৰ জনপ্ৰিয় এংকৰৰ সমীক্ষা। ১৮জন এংকৰক লৈ চলোৱা সমীক্ষাটোত ঋতুস্মিন শৰ্মাই শ্ৰেষ্ঠ এংকৰৰ সন্মান লাভ কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰথম খবৰ” প্ৰবন্ধৰ সংশোধন ৫৭৭২৭৪ (১৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।