অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰতিঘাট (১৯৮৭ চলচ্চিত্ৰ)

প্ৰতিঘাট (Pratighaat) ১৯৮৭ চনত এন চন্দ্ৰৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাৰীবাদী নাট্যধৰ্মী ছবি, য'ত সুজাতা মেহতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কম বাজেটত নিৰ্মিত, আৰু কোনো ডাঙৰ তাৰকা নথকা সত্বেও ছবিখন হিট হয় আৰু বক্স অফিচত ৭ কোটি টকা উপাৰ্জন কৰে।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰতিঘাট (Pratighaat) ১৯৮৭ চনত এন চন্দ্ৰৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাৰীবাদী নাট্যধৰ্মী ছবি, য'ত সুজাতা মেহতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১

কম বাজেটত নিৰ্মিত, আৰু কোনো ডাঙৰ তাৰকা নথকা সত্বেও ছবিখন হিট হয় আৰু বক্স অফিচত ৭ কোটি টকা উপাৰ্জন কৰে।২ এনেকৈয়ে এইখন এন চন্দ্ৰ পৰিচালিত “অংকুশ” (১৯৮৬), “প্ৰতিঘাট” আৰু “তেজাব” (১৯৮৮) হিট ছবিৰ হেট্ৰিকৰ অংশ হৈ পৰে।৩

অভিনয়

  • সুজাতা মেহতা (লক্ষ্মী)
  • অৰবিন্দ কুমাৰ (সত্যপ্ৰকাশ)
  • চৰণ ৰাজ (কালিপ্ৰসাদ)
  • ৰোহিনী হট্টংগড়ী (দুৰ্গা)
  • জ্ঞান শিৱপুৰী (দুৰ্গাৰ স্বামী)

তথ্যসূত্ৰ

  1. ↑ M.L. Dhawan. (21 July 2002). On the sands of time — 1987: Year of the invisible hero. The Sunday Tribune
  2. ↑ Madhu Jain. (28 February 1989). Mean street Moghul: Hit director N. Chandra brings realism to films. India Today
  3. ↑ (15 September 1987). In Indian politics, line between politicians and goondas is fast disappearing: N. Chandra. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিঘাট (১৯৮৭ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭২৮৫২ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।