অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰজ্ঞা কাপুৰ

প্ৰজ্ঞা কাপুৰ (: Pragya Kapoor;জন্ম যাদৱ); এগৰাকী ছুইডেনৰ মডেল, অভিনেত্ৰী আৰু ভাৰতীয় চিনেমাৰ প্ৰযোজক।তেওঁ ভাৰতীয় পিতৃ-মাতৃ ঘৰত ছুইডেনৰ বৰ্গহ’মত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁ ডাঙৰ-দীঘল হৈছিল ছুইডেনৰ কাৰ্লছক্ৰ’নাত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰজ্ঞা কাপুৰ (: Pragya Kapoor;জন্ম যাদৱ); এগৰাকী ছুইডেনৰ মডেল, অভিনেত্ৰী আৰু ভাৰতীয় চিনেমাৰ প্ৰযোজক।১তেওঁ ভাৰতীয় পিতৃ-মাতৃ ঘৰত ছুইডেনৰ বৰ্গহ’মত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁ ডাঙৰ-দীঘল হৈছিল ছুইডেনৰ কাৰ্লছক্ৰ’নাত। ইনষ্টিটিউট অৱ এডভান্সড এক্টিং এণ্ড বিহেভিয়াৰ ষ্টাডিজত অভিনয়ৰ প্ৰশিক্ষণ লৈছে।[citation needed

কৰ্ম জীৱন

প্ৰজ্ঞা কপূৰক আটাইতকৈ ভালকৈ জনা যায় আমোল গুপ্তেৰ " হাৱা হাৱাই " (২০১৪)নামৰ চলচ্চিত্ৰৰ কামৰ বাবে।২তেওঁ অভিষেক কাপুৰ আৰু অভিষেক নায়াৰৰ সৈতে সহ-প্ৰযোজক হিচাপে ৰনি স্ক্ৰুভালাৰ সৈতে কেদাৰনাথ (২০১৮) প্ৰযোজনা কৰিছে।৩ তেওঁ গাই ইন দ্য স্কাই পিকচাৰ্ছৰ সহ-প্ৰতিষ্ঠাপক।৪ ভূষণ কুমাৰৰ টি ছিৰিজৰ সহযোগত তেওঁ শৰাবীনামৰ এখন চলচিত্ৰ প্ৰযোজনা কৰিবলৈ আহিছিল।৫

চলচিত্ৰ পঞ্জী

২০১৪ চনত হাৱা হাৱাই চলচিত্ৰত প্ৰজ্ঞানন্দা চৰিত্ৰত অভিনয় কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (21 December 2018). Sara Ali Khan's graph was Amazing to Watch Says Pragya Kapoor. Samachar Live
  2. ↑ (28 September 2013). How Pragya Yadav bagged Amole Gupte's film. Timesofindia.indiatimes.com
  3. ↑ (17 December 2018). Producer Pragya Kapoor: It was an incredible experience working on Kedarnath. Indianexpress.com
  4. ↑ (25 February 2019). Abhishek Kapoor, Pragya Kapoor And Bhushan Kumar to Collaborate for Sharaabi. Thehansindia.com
  5. ↑ (25 February 2019). Kedarnath director Abhishek Kapoor's next film is Sharaabi. Indiatoday.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজ্ঞা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৭১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।