অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স

নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স (NEIGRIHMS) ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ শ্বিলংত অৱশ্থিত এখন চিকিৎসা প্ৰতিষ্ঠান। শৈক্ষিক কেন্দ্ৰ পাহাৰ অঞ্চলৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ চহৰ শ্বিলংত "পূবৰ স্কটলেণ্ড" অৱস্থিত।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৫ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স (NEIGRIHMS) ভাৰতৰ মেঘালয় ৰাজ্যৰ শ্বিলংত অৱশ্থিত এখন চিকিৎসা প্ৰতিষ্ঠান। শৈক্ষিক কেন্দ্ৰ পাহাৰ অঞ্চলৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ চহৰ শ্বিলংত "পূবৰ স্কটলেণ্ড" অৱস্থিত। ২০০৭ চনত পৰা পূৰ্ণাংগ তৃতীয় পৰ্যায়ৰ যত্ন চিকিৎসালয় সুবিধাসমূহ মাওডিয়াংডিয়াং, শ্বিলংত থকা ইয়াৰ স্থায়ী চৌহদত আৰম্ভ হৈছিল। ১৯৮৭ চনত ভাৰতৰ সংসদে "Centre of excellence" হিচাপে ঘোষণা কৰে। এইখনে ২০০৮ চনত MBBS পাঠদান কাৰ্যসূচী ৫০ জন (পঞ্চাচজন) ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰি আৰম্ভ হৈছিল। তাৰ পিছত বছৰটোত অৰ্থাৎ ২০০৯ চনত তলত উল্লেখ কৰা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম ক্ৰমে-,এনাস্থেচিয়ালজি, মাইক্ৰ’বায়’লজী, অব্ষ্টেট্ৰিক্স, গাইনেক’লজী আৰু পেথ’লজী গ্ৰহণ কৰা হৈছে।১২

ৰোগীৰ যত্নৰ বাবে উপলব্ধ বিভিন্ন বিভাগসমূহ হ’ল

  • অৰ্থপেডিক্স
  • সাধাৰণ অস্ত্ৰোপচাৰ
  • ৰেডিঅ'লজি
  • ব্লাড বেংক
  • প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান
  • সাধাৰণ চিকিৎসা
  • এনাস্থেচিয়ালজি
  • কাৰ্ডিঅ'-থ'ৰেচিক আৰু ভেছকুলাৰ চাৰ্জাৰী (CTVS)
  • কাৰ্ডিঅ'লজি
  • চকুৰ চিকিৎসা
  • ই এন টি
  • শিশু চিকিৎসা
  • ইউৰ’লজী
  • স্নায়ুচাৰ্জাৰী
  • অংক’লজী আৰু অংকোচাৰ্জাৰী
  • স্নায়ুবিজ্ঞান
  • ছালৰ ৰোগ আৰু এছটিআই ক্লিনিক
  • মনোৰোগ চিকিৎসা
  • ডিএমচিৰ সৈতে ডটছ চেণ্টাৰ
  • এ আৰ টি চেণ্টাৰ
  • ফিজিঅ'থেৰাপি
  • ডায়েটিচিয়ান

তথ্যসূত্ৰ

  1. ↑ MCI derecognises NEIGRIHMS degrees. The Shillong Times
  2. ↑ (11 May 2017). Meghalaya Govt Offers to Help NEIGRIHMS » Northeast Today. Northeast Today

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স” প্ৰবন্ধৰ সংশোধন ৫৩৮৯৬১ (১৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।