অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নৃপেন গোস্বামী

নৃপেন গোস্বামী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গোস্বামী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৩ ২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নৃপেন গোস্বামী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গোস্বামী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। ১২

তথ্যসূত্ৰ

  1. ↑ Lok Sabha Members Bioprofile Nripen Goswami. Parliament of India
  2. ↑ Members-Assam. Parliament of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৃপেন গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৯০২০৪ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।