অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

নিউ হৰাইজন্‌ছ

নিউ হৰাইজনচ (New Horizons) এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীত ফ্ল'ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি প্ৰকল্প।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

নিউ হৰাইজনচ (New Horizons) এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীত ফ্ল'ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি প্ৰকল্প। প্লুটোলৈ যোৱাৰ পথত ই বৃহস্পতি গ্ৰহৰ কাষেৰে পাৰ হৈ যায়। এনে কৰি ই বৃহস্পতি গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি নিজৰ গতি বৃদ্ধি কৰিছিল। বৰ্তমান ই মানৱ প্ৰেৰিত মহাকাশযানসমূহৰ ভিতৰত সবাতোকৈ দ্ৰুত গতি সম্পন্ন। ইয়াৰ গতি ঘণ্টাত ৫০ হাজাৰ মাইল। মহাকাশ বিজ্ঞানীসকলৰ লক্ষ্য এই মহাকাশযান ৩৪ গিগাবাইট পৰিমাণৰ তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰোৱাৰ। ইতিমধ্যে পৃথিবীৰ পৰা ৬০০ মিলিয়ন মাইলৰো অধিক দূৰত্বৰ পৰা ফটো আৰু অন্যান্য তথ্য পঠিয়াইছে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

মহাকাশযান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউ হৰাইজন্‌ছ” প্ৰবন্ধৰ সংশোধন ৫৩৭৫১৩ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।