নটৰ ডেম কলেজ (নটব় ডেম কলেজ, Notre Dame College) বাংলাদেশৰ ঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেণ্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
অধ্যক্ষৰ তালিকা
| ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
|---|---|---|
| ১ | জন হ্যাৰিংটন | ১৯৪৯–১৯৫৪ |
| ২ | জেমছ মাৰ্টিন | ১৯৫৪–১৯৬০ |
| ৩ | থিওটোনিয়াছ অমল গাঙ্গুলী | মাৰ্চ ১৯৬০ – অক্টোবৰ ১৯৬০ |
| ৪ | উইলিয়াম গ্ৰাহাম | ১৯৬০–১৯৬৭ |
| ৫ | জন ভ্যাণ্ডেন বোস | ১৯৬৭–১৯৬৯ |
| ৬ | জোছেফ পিশোতো | ১৯৬৯–১৯৭০ |
| ৭ | ৰিচাৰ্ড উইলিয়াম টিম১ | ১৯৭০–১৯৭১ |
| ৮ | অ্যামব্ৰোছ হুইলাৰ | ১৯৭১–১৯৭৬ |
| ৯ | জোছেফ পিশোতো | ১৯৭৬–১৯৯৮ |
| ১০ | বেঞ্জামিন কস্তা | ১৯৯৮–২০১২ |
| ১১ | হেমন্ত পিউছ ৰোজাৰিঅ' | ২০১২– |
বাহ্যিক লিংক
- Official website
- Notre Dame Science Club
- Notre Dame International Understanding and Relation Club
- Rotaract Club of Notre Dame College
- Notre Dame IT Club
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নটৰ ডেম কলেজ, ঢাকা” প্ৰবন্ধৰ সংশোধন ৫২৬৫৮০ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।