অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নৃত্য

নৃত্য হৈছে “সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি”ৰ দ্বাৰা প্ৰকাশ কৰা এক প্ৰকাৰৰ পৰিবেশ্য কলা। এই অঙ্গ সঞ্চালনসমূহৰ নান্দনিক আৰু প্ৰতীকী মূল্য থাকে।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

নৃত্য হৈছে “সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি”ৰ দ্বাৰা প্ৰকাশ কৰা এক প্ৰকাৰৰ পৰিবেশ্য কলা।১ এই অঙ্গ সঞ্চালনসমূহৰ নান্দনিক আৰু প্ৰতীকী মূল্য থাকে।২ নৃত্যক ইয়াৰ নৃত্য পৰিচালনা, ভঙ্গিমাৰ সমাসাৰ বা উৎপত্তিৰ ঐতিহাসিক সময় অথবা স্থানৰ দ্বাৰা শ্ৰেণীভুক্ত আৰু বৰ্ণনা কৰিব পাৰি।৩ নৃত্যৰ উপৰিও মানুহৰ অন্য বহু ক্ৰিয়াকলাপ যেনে সমৰ কলা, জিমনাষ্টিকছ, চিয়াৰলিডিং, ফিগাৰ স্কেটিং, সমন্বিত সাঁতোৰ, মাৰ্চিং বেণ্ড আদিৰ দৰে বহুতো ক্ৰীড়াত নৃত্যসূলভ গুণ থকা দেখা পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ নৃত্য. শব্দ.অৰ্গ
  2. ↑ Sondra Horton Fraleigh. (1987). Dance and the Lived Body: A Descriptive Aesthetics. University of Pittsburgh Pre. পৃ. 49. ISBN 978-0-8229-7170-2
  3. ↑ Foster, Susan Leigh. (2011). Choreographing empathy: kinesthesia in performance. Routledge. ISBN 978-0-415-59656-5

সম্পৰ্কিত শ্ৰেণী

পৰিবেশ্য কলানৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৃত্য” প্ৰবন্ধৰ সংশোধন ৪৭৯৫০৯ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।