অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নগৰবধু

নগৰবধু আছিল প্ৰাচীন ভাৰতৰ কিছুমান ঠাইত পালন কৰা পৰম্পৰা। মহিলাসকলে নগৰবধূৰ খিতাপ লাভৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু এই প্ৰথাৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা নাছিল। আটাইতকৈ ধুনীয়া আৰু বিভিন্ন নৃত্যৰ ৰূপত আটাইতকৈ প্ৰতিভাশালী নাৰীক নগৰবধু হিচাপে বাছনি কৰা হৈছিল।

হালনাগাদ: ১০ এপ্ৰিল ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নগৰবধু আছিল প্ৰাচীন ভাৰতৰ কিছুমান ঠাইত পালন কৰা পৰম্পৰা। মহিলাসকলে নগৰবধূৰ খিতাপ লাভৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু এই প্ৰথাৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা নাছিল।১ আটাইতকৈ ধুনীয়া আৰু বিভিন্ন নৃত্যৰ ৰূপত আটাইতকৈ প্ৰতিভাশালী নাৰীক নগৰবধু হিচাপে বাছনি কৰা হৈছিল। এগৰাকী নগৰবধুক সন্মান কৰা হৈছিল, আৰু তাই আছিল ৰাজকীয় নৃত্যশিল্পী; মানুহে তাইৰ নৃত্য আৰু গান চাব পাৰিছিল।২ এগৰাকী নগৰবধুৰ এৰাতিৰ নৃত্যৰ দাম বহুত আছিল।

; ৰাজা ৰবি বৰ্মাৰ চিত্ৰ।]]

বিখ্যাত নগৰবধু

  • আম্ৰপালি, ৰাজ্যিক কৰ্টেছান আৰু বৌদ্ধ শিষ্য, বৈশালি কী নগৰবধুত আচাৰ্য চতুৰসেনে বৰ্ণনা কৰিছে।
  • বসন্তসেনা, খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত শূদ্ৰকৰ দ্বাৰা ৰচিত মৃচ্ছকটিকম নামৰ ধ্ৰুপদী সংস্কৃত কাহিনীৰ এটা চৰিত্ৰ।
  • মাধৱী, ইলাংগো আদিগালৰ দ্বাৰা ৰচিত ধ্ৰুপদী তামিল কাহিনী চিলাপ্পতিকাৰৰ এটা চৰিত্ৰ।

অনুৰূপ বৃত্তি

তথ্যসূত্ৰ

  1. ↑ Spectrum lead article, The Sunday Tribune, 24 Dec 2000
  2. ↑ In human history, how did marriage evolve, and the subjugation of women?. Sophia University

সম্পৰ্কিত শ্ৰেণী

নৃত্যশিল্পীপ্ৰাচীন ভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগৰবধু” প্ৰবন্ধৰ সংশোধন ৫০৩১১৬ (১০ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।