অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

দালাল পথ

দালাল পথ (dalāl path dalāl gallī. Dalal Street)ক মুম্বাইৰ ৱাল ষ্ট্ৰীট বুলিও জনা যায়৷ইয়াক পাছলৈ ভাৰতৰ নিউয়ৰ্ক বুলি অভিহিত কৰা হয়৷ দালাল পথ হৈছে ভাৰতৰ বিত্তীয় বজাৰসমূহৰ metonym, সামগ্ৰিকভাৱে দেশৰ বিত্তীয় সেৱা উদ্যোগ।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দালাল পথ (dalāl path dalāl gallī. Dalal Street)ক মুম্বাইৰ ৱাল ষ্ট্ৰীট বুলিও জনা যায়৷১ইয়াক পাছলৈ ভাৰতৰ নিউয়ৰ্ক বুলি অভিহিত কৰা হয়৷২ দালাল পথ হৈছে ভাৰতৰ বিত্তীয় বজাৰসমূহৰ metonym, সামগ্ৰিকভাৱে দেশৰ বিত্তীয় সেৱা উদ্যোগ। মুম্বাইৰ ফ’ৰ্টৰ বিত্তীয় জিলাত দালাল পথ অৱস্থিত৷ ই হৈছে বম্বে ষ্টক এক্সচেঞ্জ আৰু বিশ্বৰ আন কেইবাটাও প্ৰধান বিত্তীয় প্ৰতিষ্ঠানৰ ঠিকনা। মাৰাঠী শব্দ দালালৰ অৰ্থ হৈছে "দালাল" বা "এজন মধ্যভোগী"।৩

২০০৮ চনত বোম্বাই ষ্টক এক্সচেঞ্জত ২৫ বছৰ ধৰি কাম কৰা দালাল নগৰমল ছাৰাফৰ নামেৰে এই ৰাস্তাটোৰ নামকৰণ কৰাৰ প্ৰস্তাৱ উত্থাপিত হৈছিল।৪

জনপ্ৰিয় মাধ্যমত

মুম্বাই-আধাৰিত ভিডিঅ’ গেম মুম্বাই গালিজৰ কাল্পনিক মানচিত্ৰত দলাল পথক দেখুওৱা হ'ব বুলি আশা কৰা হৈছে।৫৬

তথ্যসূত্ৰ

  1. ↑ James Chen. What Is Dalal Street?. Dotdash Meredith
  2. ↑ Mumbai Is India's New York. NPR
  3. ↑ McGregor, R. S. (1993). Oxford Hindi-English dictionary. Oxford University Press. ISBN 978-0-19-864317-3
  4. ↑ Suryawanshi, Sudhir. (Mar 3, 2008). Brand new threat to Dalal street. Mumbai Mirror
  5. ↑ (2020-11-27). What is Mumbai Gullies?. GameEon
  6. ↑ Ray, Bodhisatwa. (2021-01-19). Mumbai Gullies, a GTA styled game from an Indian developer, set to launch soon. TechRadar

সম্পৰ্কিত শ্ৰেণী

পথ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দালাল পথ” প্ৰবন্ধৰ সংশোধন ৬৩৬০৩৬ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।