পথ
৫ প্ৰবন্ধ
-
ছিল্ক ৰোড
ছিল্ক ৰোড (丝绸之路) খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ১৮ শতিকালৈকে এছিয়াৰ উপমহাদেশীয় অঞ্চল সমূহৰ পূব আৰু পশ্চিম দিশক সংযোগ কৰা বাণিজ্য পথৰ এক নেটৱৰ্ক আছিল আৰু বৰ্তমানো এই পথৰ অস্তিত্ব বৰ্তী আছে।
-
চেউনি আলি
চেউনি আলিআহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত নিৰ্মিত চেউনি আলিটো এটা বিখ্যাত ঐতিহাসিক আলি। মধ্যযুগত নিৰ্মাণ কৰা এই আলিটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ধোদৰ আলিৰ পৰা দেৰগাঁও, যোৰহাট,টীয়ক, জাঁজী হৈ শিৱসাগৰ জিলাৰ চামগুৰিত পুনৰ ধোদৰ আলিত মিলিছে।
-
দালাল পথ
দালাল পথ (dalāl path dalāl gallī. Dalal Street)ক মুম্বাইৰ ৱাল ষ্ট্ৰীট বুলিও জনা যায়৷ইয়াক পাছলৈ ভাৰতৰ নিউয়ৰ্ক বুলি অভিহিত কৰা হয়৷ দালাল পথ হৈছে ভাৰতৰ বিত্তীয় বজাৰসমূহৰ metonym, সামগ্ৰিকভাৱে দেশৰ বিত্তীয় সেৱা উদ্যোগ।
-
বঙ্গবন্ধু এভিনিউ
বঙ্গবন্ধু এভিনিউ (Bangabandhu Avenue; বঙ্গবন্ধু অ্যাভিনিউ) হৈছে ঢাকাৰ গুলিস্তানত অৱস্থিত এটা নগৰীয়া পথ। ইয়াৰ পূৰ্বৰ নাম আছিল জিন্না এভিনিউ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি বঙ্গবন্ধু এভিনিউ কৰা হয়। বাংলাদেশ আৱামী লীগৰ কেন্দ্ৰীয় কাৰ্যালয় বঙ্গবন্ধু এভিনিউত অৱস্থিত।
-
লংলিট বিভ্ৰান্তি পথ
লংলিট বিভ্ৰান্তি পথ (Longleat maze) হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বিভ্ৰান্তি পথ। গ্ৰীচত খ্ৰীষ্টপূৰ্ব ১২০০ তে সজা এনে বিভ্ৰান্তি পথৰ ভগ্নাৱশেষ পোৱা গৈছে।