অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ত্ৰিকোণমিতি

ত্ৰিকোণমিতি (Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ত্ৰিকোণমিতি (Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।১ ত্ৰিকোণমিতি শব্দৰ ইংৰাজী ভাষা প্ৰতিশব্দ হৈছে “Trigonometry”। এই শব্দটি আকৌ গ্ৰীক ভাষা শব্দ trigōnon অৰ্থাৎ ত্ৰিভুজ আৰু metron অৰ্থাৎ পৰিমাপৰ পৰা উদ্ভৱ হৈছে।২

ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজৰ অধ্যয়নক সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান দিয়া হয়।

Circle-trig6.svg
ছবি: Original: Steven G. Johnson at English Wikipedia Vector: Limaner · CC BY-SA 3.0

ত্ৰিকোনমিতিৰ কোণৰ মানসমুহৰ তালিকা প্ৰস্তুত

নিম্নোক্ত তালিকাত কিছুমান প্ৰধান কোণৰ ত্ৰিকোনমিত্ৰিক মান দেখুওৱা হৈছে:-

θজ্যাকোণস্পৰ্শকবহুভুজভুজ
0°⟨0⟩⟨1⟩⟨0⟩⟨\infty⟩⟨1⟩⟨\infty⟩
30°⟨1/2⟩⟨\sqrt{3}/2⟩⟨1/\sqrt{3}⟩⟨\sqrt{3}⟩⟨2/\sqrt{3}⟩⟨2⟩
45°⟨1/\sqrt{2}⟩⟨1/\sqrt{2}⟩⟨1⟩⟨1⟩⟨\sqrt{2}⟩⟨\sqrt{2}⟩
60°⟨\sqrt{3}/2⟩⟨1/2⟩⟨\sqrt{3}⟩⟨1/\sqrt{3}⟩⟨2⟩⟨2/\sqrt{3}⟩
90°⟨1⟩⟨0⟩⟨\infty⟩⟨0⟩⟨\infty⟩⟨1⟩

তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জী

  • Boyer, Carl B. (1991). A History of Mathematics. John Wiley & Sons, Inc. ISBN 0471543977
  • Christopher M. Linton (2004). From Eudoxus to Einstein: A History of Mathematical Astronomy . Cambridge University Press.
  • Weisstein, Eric W. "Trigonometric Addition Formulas". Wolfram MathWorld. Weiner.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ R. Nagel (ed.), Encyclopedia of Science, 2nd Ed., The Gale Group (2002)
  2. ↑ trigonometry. Online Etymology Dictionary

সম্পৰ্কিত শ্ৰেণী

জ্যামিতিগণিত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিকোণমিতি” প্ৰবন্ধৰ সংশোধন ৬৩১০৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।