অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বহুভুজ

সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে। সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে।

সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়। কোনো সুষম বহুভুজৰ ক্ষেত্ৰফল হ’ল ইয়াৰ apothem (a) আৰু পৰিসীমাৰ (p) গুণফলৰ অৰ্ধেক অৰ্থাৎ ⟨A = \frac{1}{2}ap⟩।

ৰ এডাল Apothem]]

বহুভুজ নামকৰণ

বহুভুজ শব্দৰ অৰ্থ হ’ল অধিক বাহু বিশিষ্ট আকৃতি। যি আকৃতি তিনিদাল বা তাতোকৈ অধিক আকৃতি লগ হৈ গঢ় লয় সেয়াই বহুভুজ। বহুভুজৰ বাহুৰ সংখ্যা অনুযায়ী আৰু কিছুমান উপভাগত বিভক্ত কৰা হৈছে।

লগতে চাওক

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বহুভুজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহুভুজ” প্ৰবন্ধৰ সংশোধন ৩৮১৯৯৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।