অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টেঙাখাত

টেঙাখাত (Tengakhat) অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এখন অন্যতম ঠাই বা মহকুমা।যি ডিব্ৰুগড় জিলাৰ পূব দিশে অৱস্থিত।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

টেঙাখাত (Tengakhat) অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এখন অন্যতম ঠাই বা মহকুমা।যি ডিব্ৰুগড় জিলাৰ পূব দিশে অৱস্থিত।

ভৌগোলিক বিৱৰণ

টেঙাখাত ভৌগোলিক ভাবে ১ ত অবস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১০৬ মিটাৰ (৩৪৮ ফুট)।টেঙাখাত ঠাইখন ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ পূৰ্বে আৰু দুলীয়াজান চহৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ পশ্চিমে অৱস্থিত।

আন্তঃগাথঁনি

২০১১ চনৰ লোকপিয়ল অনুসৰি টেঙাখাতৰ মুঠ জনসংখ্যা প্ৰায় ২২০,৪৭৮ জন, ইয়াৰ ভিতৰত ১১২,০৪৬ জন পুৰুষ অৰ্থাৎ মুঠ জনসংখ্যাৰ ৫১.৮১% আৰু ১০৮,৪৩২ গৰাকী মহিলা অৰ্থাৎ মুঠ জনসংখ্যাৰ ৪৯.১৯%। আৰু ইয়াৰ ভিতৰত মুঠ জনসংখ্যাৰ ১২.৩৫% ৬ বছৰৰ অনুৰ্ধৰ শিশু। টেঙাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৬৭.২৪ শতাংশ। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলা গড় সাক্ষৰতাৰ হাৰ ক্ৰমে ৭২.৯৪% আৰু ৬১.৩৫%।

প্ৰশাসন

টেঙাখাতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ অধীনত ৰাজহ চক্ৰ আৰু উন্নয়ন খণ্ড হিচাপে কাম কৰে। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৭টা ৰাজহ চক্ৰ আৰু ৭টা উন্নয়ন খণ্ডৰ ভিতৰত টেঙাখাত ৰাজহ চক্ৰ আৰু টেঙাখাত উন্নয়ন খণ্ড অন্যতম।২

শিক্ষা

বিদ্যালয়

  • টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • দেওঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত
  • টেঙাখাত জাতীয় বিদ্যালয় (ব্যক্তিগত)
  • আদৰ্শ বিদ্যালয়,টেঙাখাত (ব্যক্তিগত)

মহাবিদ্যালয়

ৰাজনীতি

টেঙাখাত ৯০ নং দুলীয়াজান বিধানসভা সমষ্টি আৰু ১৪ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত।৩

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - tengakhat
  2. ↑ District Profile – Dibrugarh
  3. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

ডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেঙাখাত” প্ৰবন্ধৰ সংশোধন ৬৩৮৩১৫ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।