টেইলৰ ৱেন এগৰাকী বৃটিছ অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ পৰিবেশক। ২০০৫ চনত এভিএন হল অৱ ফেমত আৰু ২০১৪ চনত এক্সআৰচিঅ’ হল অৱ ফেমৰ লগতে লিজেণ্ডছ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
প্ৰাৰম্ভিক জীৱন
ইংলেণ্ডৰ টাইন এণ্ড ৱেৰত গেটশ্বেডত জন্মগ্ৰহণ কৰিছিল ৱেনে। ব্ৰেকেনবেডছ জুনিয়ৰ হাইস্কুল, হিথফিল্ড চিনিয়ৰ হাইস্কুলত পঢ়িছিল।১
কেৰিয়াৰ

১৯৮৯ চনত ৱানে প্ৰাপ্তবয়স্ক ভিডিঅ' উদ্যোগত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁক পেণ্টহাউচত কেইবাবাৰো দেখা গৈছিল।২ পেণ্টহাউছৰ উপৰিও তেওঁ আন কেইবাটাও প্ৰকাশনত প্ৰকাশ পাইছে, যাৰ ভিতৰত আছে চেলিব্ৰিটি স্কিন, বিজাৰ মেগাজিন, জেণ্ট, আৰু বাষ্টি বিউটিজ। ২০০৫ চনত ৱেনে জেনেছিছ, শ্বৱাংক আৰু অউইকে ধৰি পুৰুষৰ আলোচনীত ফটো স্প্ৰেডত ষোল্লখন ফটোৰ বাবে অভিনয় কৰে। তেওঁ সেই বছৰতে এভিএন ইনচাইডাৰ আলোচনীৰ স্তম্ভলেখক হিচাপেও মাহেকীয়া স্তম্ভ লেখিকা হিচাপে কাম কৰে যাৰ নাম আছিল ৱানেছ ৱৰ্ল্ড।
তথ্যসূত্ৰ
- ↑ (n.d.). About Me. Taylorwane.biz
- ↑ 35 Years of Penthouse Pets. "35 Years of Penthouse"pets.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেইলৰ ৱেন” প্ৰবন্ধৰ সংশোধন ৫৮১৪০৪ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।