অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

টাইম ৮

টাইম ৮ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ডিজিটেল নিউজ প্লেটফৰ্ম, যি অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ প্ৰদানৰ বাবে পৰিচিত। উত্তৰ-পূব অঞ্চলৰ পৰা অহা ৯টা ডিজিটেল মিডিয়া সংস্থাই একেলগে নতুনকৈ গঠন কৰা একক মঞ্চ NADCOMত টাইম ৮ ও এক সক্ৰিয় সদস্য।

হালনাগাদ: ১৬ অক্টোবৰ ২০২৪ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

টাইম ৮ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ডিজিটেল নিউজ প্লেটফৰ্ম, যি অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ প্ৰদানৰ বাবে পৰিচিত।১

উত্তৰ-পূব অঞ্চলৰ পৰা অহা ৯টা ডিজিটেল মিডিয়া সংস্থাই একেলগে নতুনকৈ গঠন কৰা একক মঞ্চ NADCOMত টাইম ৮ ও এক সক্ৰিয় সদস্য।২৩৪

বঁটা

২০২২ চনত অমৃতচেম (পূৰ্বৰ অমৃত চিমেণ্ট) এ টাইম ৮ৰ সহযোগত "পাৰ্ফৰ্মেন্স এণ্ড চেঞ্জ এৱাৰ্ডছ ২০২২"ৰ আয়োজন কৰিছিল। য'ত ব্যক্তি এজনৰ নিষ্ঠা আৰু প্ৰচেষ্টাক সন্মান জনাই ইতিবাচক সমাজ পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিবলৈ উৎসাহিত কৰা হয়।৫

হেকিং বিতৰ্ক

যোৱা ২০২৪ চনৰ জুন মাহত টাইম ৮ৰ ইউটিউব চেনেলক লক্ষ্য কৰি চাইবাৰ আক্ৰমণৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি পাকিস্তানস্থিত ‘ৰিভল্যুচন পি.কে.’ নামৰ হেকিং গ্ৰুপটোৱে লাইভ সম্প্ৰচাৰত ব্যাঘাত জন্মায়, তাৰ ঠাইত পাকিস্তানৰ পতাকাৰ ছবি, হজৰত মহম্মদৰ গীত আৰু ‘পবিত্ৰ নবীক সন্মান কৰক’ বুলি লিখা হৈছিল।৬

টাইম ৮ৰ প্ৰতিষ্ঠাপক উৎপল কান্তই এই ঘটনাক চাইবাৰ সন্ত্ৰাসবাদ বুলি গৰিহণা দি গুৱাহাটী আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।৬

তথ্যসূত্ৰ

  1. ↑ (2022-06-11). Assam’s TIME8 channel attacked by Pakistani hackers during news broadcast. EastMojo
  2. ↑ (2021-08-21). 9 NE digital media groups come together to form new association. The Economic Times
  3. ↑ TodayNE, India. (2021-08-21). Nine digital-first media organizations in Northeast region form NADCOM. India Today NE
  4. ↑ (2021-08-23). 9 digital media groups of North-eastern region form a new association. exchange4media
  5. ↑ Pr, Ani. (2022-12-09). Amrit Cement changes to AmritCem, Confers in association with TIME8 'Performance & Change Awards'. ThePrint
  6. ↑ (2019-02-22). Assam Channel Hacked, Live Feed Replaced With Pak Flag, Hymn For Prophet. NDTV.com

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলঅসমৰ প্ৰচাৰ মাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইম ৮” প্ৰবন্ধৰ সংশোধন ৪৩৮৩৩৫ (১৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।