ঝু ছিয়াংয়ুন (চীনা ভাষা: 朱香云; ইংৰাজী ভাষা: Zhu Xiangyun; জন্ম ১৯৫০) যাক চু হচিয়াং-য়ুন নামেৰেও জনা যায়, চীনৰ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ।১
টেবুল টেনিছ কেৰিয়াৰ
তেওঁ বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত তিনিটাকৈ পদক জয় কৰিছিল।২
১৯৭৫ বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সময়ত তেওঁ লিন মেইকুনৰ সৈতে ডাবলছত ৰূপৰ পদক লাভ কৰিছিল।৩
দু বছৰৰ পিছত তেওঁ ৱেই লিজিয়েৰ সৈতে ডাবলছত দ্বিতীয়টো ৰূপৰ পদক জয় কৰে৪ আৰু তাৰ পিছত গে জিন আই, ঝাং ডেইং আৰু ঝাং লিৰ সৈতে কৰ্বিলন কাপত (মহিলা দলীয় প্ৰতিযোগিতা) চীনৰ হৈ সোণৰ পদক অৰ্জন কৰে।৫৬
তথ্যসূত্ৰ
- ↑ Profile. Table Tennis Guide
- ↑ Table Tennis World Championship medal winners. Sports123
- ↑ Women's doubles results. International Table Tennis Federation
- ↑ List of Winners. All About Table Tennis
- ↑ Montague, Trevor. (2004). A-Z of Sport, pages 699-700. The Bath Press. ISBN 0-316-72645-1
- ↑ Matthews/Morrison, peter/Ian. (1987). The Guinness Encyclopaedia of Sports Records and Results, pages 309-312. Guinness Superlatives. ISBN 0-85112-492-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝু ছিয়াংয়ুন” প্ৰবন্ধৰ সংশোধন ৬০২২৯১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।