মহাৰাণা জৱান সিংহ (২ জুলাই ১৮০০ – ৩০ আগষ্ট ১৮৩৮) উদয়পুৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক (ৰাজত্ব: ১৮২৮–১৮৩৮) আছিল। মহাৰাণা ভীম সিংহৰ একমাত্ৰ পুত্ৰ যিয়ে পিতৃৰ পিছত তেওঁ ৰাণা হৈছিল। তেওঁ কবি আছিল আৰু "ব্ৰিজৰাজ" ছদ্ম নামেৰেও জনাজাত আছিল। তেওঁৰ তৃতীয়জন ভতিজাক কুঁৱৰ চৰ্দাৰ সিংহক তেওঁৰ পৰৱৰ্তী মহাৰাণা হিচাপে দত্তক লয়, যি বাগুৰৰ দ্বিতীয় সংগ্ৰাম সিংহৰ দ্বিতীয় পুত্ৰ কুঁৱৰ নাথৰ পুত্ৰ অৰ্থাৎ সংগ্ৰাম সিংহৰ নাতি আছিল।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৱান সিংহ” প্ৰবন্ধৰ সংশোধন ৫৭১৭০৮ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।