অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেনিফাৰ ল'পেজ

জেনিফাৰ ল'পেজ (English:Jennifer Lopez) এগৰাকী আমেৰিকান অভিনেত্ৰী,প'প গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়।

হালনাগাদ: ২১ ডিচেম্বৰ ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

জেনিফাৰ ল'পেজ (English:Jennifer Lopez) এগৰাকী আমেৰিকান অভিনেত্ৰী,প'প গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়। ২০১৪ চনত তেওঁক billboard music awards এ international icon বটা প্ৰধান কৰে।বৰ্তমানলৈকে তেওৰ বিশ্বজুৰি প্ৰায়ে ৮০ মিলিয়ণ সংগীত ৰেকৰ্ড বিক্ৰী হৈছে। তেওঁৰ দ্বাৰা অভিনিত উল্লেখযোগ্য চিনেমা কেইখনমান হ'ল:Selena,Out of sight,the wedding planner,Andaconda,Shall we dance,an unfinished life,enough,the boy next door ইত্যাদি। জেনিফাৰৰ মিউজিক এলবাম সমুহ হ'ল: On the six,Jlo, rebirth,Love?,brave,A.K.A, তেওঁৰ বিশ্বজুৰি হিট হোৱা অন্যতম একক গীতটি হ'ল অন দ' ফ্লৰ। জেনিফাৰ আমেৰিকান আই'ডল শীৰ্ষক ৰিয়েলিতি ছ' ৰ অন্যতম বিচাৰক। ২০১৪ চনৰ fifa world cup ৰ বাৱে পিটবুল লগত we are one শীৰ্ষক গীতটি পৰিবেশন কৰে। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ বহু কেইখন টিভি ছিৰিজ প্ৰয়োজনা কৰিছে।

সম্পৰ্কিত শ্ৰেণী

হলিউড অভিনেত্ৰীআমেৰিকান কণ্ঠশিল্পীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনিফাৰ ল'পেজ” প্ৰবন্ধৰ সংশোধন ৫৬৫৪৮২ (২১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।