জুনহেব'ট (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন নগৰ।
শিক্ষা প্ৰতিষ্ঠানসমূহ
বিদ্যালয়সমূহ
- Bloomfield Hill School
- Corner Stone Foundation School
- Eden Garden School
- Government Higher Secondary School
- Immanuel Higher Secondary School
- Kids World Montessori
- Little Spring School
- Love Dale Higher Secondary School
- Merry Hill School
- New Era School
- Olympic Higher Secondary School
- Sacred Heart School
- Seven Home School
- Shamrock School
- St. Anthony School
- Step By Step School
- Sunbeam School
- Woodland Higher Secondary School
মহাবিদ্যালয়সমূহ
- Zunheboto govt. College
- Nito Theological College
- Anderson Theological College
- Khelhoshe Polytechnic Atoizu
বিশ্ববিদ্যালয়
- নাগালেণ্ড বিশ্ববিদ্যালয়, লুমামি
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি,১ জুহনেব'ট'ৰ জনসংখ্যা ২২,৮০৯জন, য'ৰ ৫৫% পুৰুষ আৰু ৪৫% মহিলা। গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৫%, যি ৭৪.০৪%-ৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক: পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮১% আৰু মহিলাৰ ৭৭%। প্ৰায় ১৪% জনসংখ্যা ০-৬ বছৰীয়া শিশু।
তথ্যসূত্ৰ
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুনহেব'ট'” প্ৰবন্ধৰ সংশোধন ৫৭১২৪৭ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।