অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কিফিৰে

কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷

হালনাগাদ: ১১ অক্টোবৰ ২০২৫ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷১

ভৌগোলিক অৱস্থান

কিফিৰে জিলাখন নাগালেণ্ডৰ টুৱেনচাং জিলাৰ পৰা পৃথক কৰাৰ পিছত কিফিৰে নগৰ জিলাখনৰ সদৰঠাই হিচাপে স্বীকৃত হয়৷ এই নগৰখন নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ২৫৪ কিমি দুৰত্বত অৱস্থিত৷ এই জিলাতে নাগালেণ্ড ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত মাউন্ট চাৰামাটি অৱস্থিত৷১

জনসংখ্যা

কিফিৰে নগৰৰ অধিকাংশ লোকেই চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু চেমা (Sema) নগা জনজাতিৰ লোক৷

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিফিৰে” প্ৰবন্ধৰ সংশোধন ৫৪৩০৭৩ (১১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।