অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জীৱন চিলা নৈ উৎসৱ

জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ (Jeevan Kite River Festival) হৈছে অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰৰ পাৰত পাঁ‌চদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি কৰা হয়।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২০ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ (Jeevan Kite River Festival) হৈছে অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰ নদৰ পাৰত পাঁ‌চদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ Das, Chandrika. (January 29, 2019). Jeevan Kite Festival - A Humble Attempt to Save the Brahmaputra. Guwahatiplus.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন চিলা নৈ উৎসৱ” প্ৰবন্ধৰ সংশোধন ২৫৩৩০৩ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।