অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জাহান আৰা (চলচ্চিত্ৰ)

জাহান আৰা ১৯৬৪ চনৰ বিনোদ কুমাৰ পৰিচালিত ইতিহাস আধাৰিত এখন হিন্দী ভাষাৰ ছবি। এইখন কুমাৰৰ প্ৰথম পৰিচালিত ছবি।[2] ইয়াত পৃথ্বীৰাজ কাপুৰ, ভাৰত ভূষণ, মালা সিনহা,আৰু শশীকলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জাহান আৰা মালা সিনহাই নাম ভূমিকাত অভিনয় কৰা জাহানাৰা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ঐতিহাসিক ৰোমাঞ্চ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জাহান আৰা ১৯৬৪ চনৰ বিনোদ কুমাৰ পৰিচালিত ইতিহাস আধাৰিত এখন হিন্দী ভাষাৰ ছবি। এইখন কুমাৰৰ প্ৰথম পৰিচালিত ছবি।[2] ইয়াত পৃথ্বীৰাজ কাপুৰ, ভাৰত ভূষণ, মালা সিনহা,আৰু শশীকলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জাহান আৰা মালা সিনহাই নাম ভূমিকাত অভিনয় কৰা জাহানাৰা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ঐতিহাসিক ৰোমাঞ্চ। এই চৰিত্ৰটোক প্ৰথমবাৰৰ বাবে পৰ্দাত চিত্ৰিত কৰা হৈছিল।১

বক্স অফিচক ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল।২৩

কাহিনী

মিৰ্জা ইউছুফ চাংগেজী আৰু জাহান আৰা সৰুৰে পৰা ভাল বন্ধু। ডাঙৰ হোৱাৰ লগে লগে কথাবোৰ একেবাৰে একে নহয়, কিয়নো জাহান আৰাৰ পিতৃ আন কোনো নহয় সম্ৰাট ছাহজাহান, আৰু কোনো কাৰণতে পুৰুষে ৰাজকুমাৰীক লগ পোৱাৰ অনুমতি নাই। অৱশ্যে জাহান আৰু মিৰ্জাই গোপনে লগ হয় আৰু ইজনে সিজনক বিয়া কৰোঁৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু দুৰ্ভাগ্যই এৰা নিদিয়ে। ছাহজাহানৰ পত্নী মুমতাজ মহলৰ মৃত্যু হয়। সম্ৰাট বিধ্বস্ত হৈ পৰিল। মৃত্যুশয্যাত মুমতাজে জাহানৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰে যে তাই দেউতাকৰ যত্ন ল’ব। এই দায়িত্বই তাইক মিৰ্জাৰ প্ৰতি থকা প্ৰেমক ত্যাগ কৰিবলৈ বাধ্য কৰে। মিৰ্জাই বিশ্বাস কৰি থাকে যে জাহানে সোনকালে বা পিছত হ’লেও তেওঁৰ সৈতে পুনৰ মিলিত হ’ব।

বঁটা

  • শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা (ৰঙীন চলচ্চিত্ৰ) – সন্ত সিং৪

তথ্যসূত্ৰ

  1. ↑ Box office 1964. Boxofficeindia.com
  2. ↑ (30 Dec 2011). Jahan Ara (1964). দ্য হিন্দু
  3. ↑ Dinesh Raheja. Bharat Bhushan, the tragic hero. Rediff.com
  4. ↑ 1st Filmfare Awards 1953

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৬৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহান আৰা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৫৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।