শ্যামা দে শ্ব’ (জন্ম: ৮ জুলাই ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন অল-ৰাউণ্ডাৰ ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া বেটিং আৰু বাওঁহতীয়া বলিং কৰিছিল। ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে ভাৰতৰ হৈ তিনিখন টেষ্ট মেচ আৰু পাঁচখন ৱান ডে ইণ্টাৰনেশ্যনেল মেচত অংশগ্ৰহণ কৰিছিল। বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।১২
তথ্যসূত্ৰ
- ↑ Player Profile: Shyama Shaw. ESPNcricinfo
- ↑ Player Profile: Shyama Shaw. CricketArchive
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যামা দে” প্ৰবন্ধৰ সংশোধন ৫৭০০৮৩ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।