অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছুবুৰ পাৰ্থসাৰথি

ছুবুৰ পাৰ্থসাৰথি (জন্ম ছুবুৰ মুগাসেথচ Subur Parthasarathy; ১৯১১ – ১০ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু আইন প্ৰণেতা আছিল। তেওঁ ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল আৰু ১৯৬০ চনৰ পৰা ১৯৬৬ চনলৈকে ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৫ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছুবুৰ পাৰ্থসাৰথি (জন্ম ছুবুৰ মুগাসেথচ Subur Parthasarathy; ১৯১১ – ১০ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু আইন প্ৰণেতা আছিল। তেওঁ ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল আৰু ১৯৬০ চনৰ পৰা ১৯৬৬ চনলৈকে ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ছুবুৰ মুগাসেথৰ জন্ম কালিকটৰ পাৰ্চী সম্প্ৰদায়ৰ এটা বিশিষ্ট পৰিয়ালত, হৈছিল। তেওঁ খোদাদান মুগাসেথৰ জীয়ৰী আছিল।১২ দ্বিতীয় বিশ্বযুদ্ধত তেওঁৰ একমাত্ৰ ভাতৃৰ মৃত্যু হয়।৩৪ মাদ্ৰাচ বিশ্ববিদ্যালয় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি তেওঁ ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে[4] আৰু ১৯৩৬ চনত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে।৫

কৰ্মজীৱন

পাৰ্থসাৰথিয়ে মাদ্ৰাচৰ কুইন মেৰী কলেজত ইংৰাজী অধ্যাপনা কৰিছিল। ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈকে ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল। ১৯৫২ চনত তেওঁ অধ্যয়নৰ বাবে আমেৰিকালৈ যায়।৬ ১৯৬০ চনৰ পৰা ১৯৬৬ চনৰ কালছোৱাত পাৰ্থসাৰথি ৰাজ্যসভাৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ (June 21, 2015). The Mugaseths of Calicut. Calicut Heritage Forum
  2. ↑ (2016-10-23). Thiruvananthapuram: Milk man of India, Calicut Parsis and World War. Deccan Chronicle
  3. ↑ Srinivasan, Krishnan. (2015-09-13). Of battles long ago. The Statesman
  4. ↑ Muthiah, S. (2015-09-07). The first Principal. The Hindu
  5. ↑ (1966-10-11). Mrs. Parthasarathi, Wife Of India's Delegate to U.N.. The New York Times
  6. ↑ Goodhue, Norma H. (1952-06-11). Madras College Leader Studies U. S. Education. The Los Angeles Times. পৃ. 64
  7. ↑ (November 24, 1961). From India's Upper House: Mrs. Parthasarathi. The Times Educational Supplement. পৃ. 724

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুবুৰ পাৰ্থসাৰথি” প্ৰবন্ধৰ সংশোধন ৪৮০৮৪২ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।