অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ছুইফট

ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই। ইহঁতি সাধাৰণতে জাক পাতি উৰি ফুৰে। উৰি উৰিয়েই ইহঁতে আহাৰ গ্ৰহণ কৰে আৰু ইটোৱে সিটোৰ লগ লাগে। ইউৰোপত পোৱা এবিধ ছুইফট চৰায়ে যেতিয়ালৈকে কণী পাৰিব নহয় তেতিয়ালৈকে উৰিয়ে ফুৰে। এইবিধ চৰাইৰ বাহ সজা আৰু কণী পৰাৰ নিৰ্দিষ্ট কোনো সময় নাই।

হালনাগাদ: ৩ জুন ২০২০ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই। ইহঁতি সাধাৰণতে জাক পাতি উৰি ফুৰে। উৰি উৰিয়েই ইহঁতে আহাৰ গ্ৰহণ কৰে আৰু ইটোৱে সিটোৰ লগ লাগে। ইউৰোপত পোৱা এবিধ ছুইফট চৰায়ে যেতিয়ালৈকে কণী পাৰিব নহয় তেতিয়ালৈকে উৰিয়ে ফুৰে। এইবিধ চৰাইৰ বাহ সজা আৰু কণী পৰাৰ নিৰ্দিষ্ট কোনো সময় নাই। বছৰৰ যিকোনো সময়তে ইহঁতে বাহ সাজে আৰু কণী পাৰে। এবাৰত ইহঁতে এটাৰ পৰা ছটালৈকে কণী পাৰি পোৱালি জগায়। বৰ্তমানলৈকে ছুইফটৰ প্ৰায় ৭২টা প্ৰজাতি পোৱা গৈছে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুইফট” প্ৰবন্ধৰ সংশোধন ২৩৪৮৯১ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।